পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪৬ ভাৰতৰ সংবিধান সপ্তদশ ভাগ-বাজভাষা -অনুচ্ছেদ ৩৪৪-৩৪৮ (৩) খণ্ড (২) ৰ অধীনত চুপাৰিছ কৰােতে আয়ােগে ভাৰতৰ ঔদ্যোগিক, সাংস্কৃতিক আৰু বৈজ্ঞানিক উন্নয়নৰ প্ৰতি আৰু লােকসেৱা সমূহৰ সম্বন্ধত অহিন্দীভাষা-ভাষী অঞ্চল সমূহৰ লােক সকলৰ ন্যায় সংগত দাবী আৰু স্বার্থৰ প্রতি যথাযােগ্য দৃষ্টি ৰাখিব। (৪) যথাক্রমে লােক সভাৰসদস্য সকলৰ দ্বাৰা আৰু ৰাজ্যসভাৰ সদস্যসকলৰ দ্বাৰা আনুপাতিক প্রতিনিধিত্ব পদ্ধতি অনুসাৰে একল সংক্রমণীয় ভােটৰ দ্বাৰা নির্বাচিত লােক সভাৰ কুৰিজন সদস্য আৰু ৰাজ্য সভাৰ দহজন সদস্যক লৈ মুঠ ত্রিশজন সদস্যৰে এখন সমিতি গঠিত হ’ব। (৫) খণ্ড (১)ৰ অধীনত গঠিত আয়ােগৰ চুপাৰিছ সমূহ পৰীক্ষা কৰা আৰু তাৰ ওপৰত তেওঁলােকৰ ৰায় দি ৰাষ্ট্রপতিলৈ প্রতিবেদন দিয়াটো সমিতি খনৰ কৰ্তব্য হ'ব। (৬) অনুচ্ছেদ ৩৪৩ ত যিকোনাে কথা থকা সত্ত্বেও, ৰাষ্ট্রপতিয়ে খণ্ড (৫)ত নির্দেশিত প্রতিবেদন বিবেচনা কৰাৰ পিচত, সেই সম্পূর্ণ প্রতিবেদন বা তাৰ কোনাে ভাগ অনুসৰি নিৰ্দেশ দিব পাৰে। দ্বিতীয় অধ্যায় -আঞ্চলিক ভাষাসমূহ কোনাে ৰাজ্যৰ ৩৪৫ | অনুচ্ছেদ ৩৪৬ আৰু ৩৪৭ৰ উপবন্ধ সমূহৰ সাপেক্ষে, কোনাে ৰাজ্যৰ বিধান মণ্ডলে বীজভাযাবা ভাষা বিধিৰ দ্বাৰা সেই ৰাজ্যৰ ব্যৱহৃত ভাষাসমূহৰ যিকোনাে এটা বা ততােধিক ভাষাক অথবা হিন্দীক সমূহ। সেই ৰাজ্যৰ চৰকাৰী প্রয়ােজন সমূহৰ সকলােবােৰ বা যিকোনােটোৰ বাবে ব্যৱহাৰ কৰিবলগীয়া ভাষা বা ভাষা সমূহ বুলি গ্ৰহণ কৰিব পাৰে ঃ পৰন্তু, ৰাজ্যৰ বিধান মণ্ডলে অন্যথা উপবন্ধনকা পর্যন্তৰাজ্যখনৰ ভিতৰত এনেবােৰ চৰকাৰী প্রয়ােজনৰ বাবে ইংৰাজী ভাষাৰ ব্যৱহাৰ চলি থাকিব যিবােৰ প্ৰয়ােজনৰবাবে এইসংবিধানৰ প্ৰাৰম্ভণিৰ অব্যবহিত পূর্বে সেই ভাষা চলি আছিল। এখন ৰাজ্য আৰু আন ৩৪৬। সংঘৰ চৰকাৰী প্রয়ােজন সমূহৰ বাবে ব্যৱহাৰৰ কাৰণে সম্প্রতি প্রাধিকৃত ভাষাটোৱেই এখনৰ মাজত অথবা এখন ৰাজ্য আৰু আন এখন ৰাজ্যৰ মাজত আৰু এখন ৰাজ্য আৰু সংঘৰ মাজত যােগাযােগৰ বাবে এখন ৰাজ্য আৰু সংঘৰ ৰাজভাষা হ'ব ? মাজত যােগাযােগ পৰস্তু, যদি দুই বা ততােধিক ৰাজ্য এই বুলি সন্মত হয় যে তেনে ৰাজ্যৰ মাজত যােগাযােগৰ বাবে ৰাজভাষা। বাবে হিন্দী ভাষাই ৰাজভাষা হােৱা উচিত তেনেহলে তেনে যােগাযােগৰ বাবে সেই ভাষা ব্যৱহাৰ কৰিব পাৰে। কোনাে ৰাজ্যৰ লােক ৩৪৭। সেই সম্পর্কে কোনাে দাবী উত্থাপন কৰিলে, ৰাষ্ট্রপতি যদি সন্তুষ্ট হয় যে কোনাে এখন সংখ্যাৰ কোনাে ৰাজ্যৰ জনসংখ্যাৰ পৰ্যাপ্ত অনুপাত এটাই তেওঁলােকৰ দ্বাৰা কথিত কোনাে এটা ভাষাক ব্যৱহাৰ এভাগৰ দ্বাৰা কথিত কৰাটো সেই ৰাজ্যৰ দ্বাৰা স্বীকৃত হােৱাটো কামনা কৰে, তেনেহলে তেওঁ নির্দেশ দিব পাৰে যে ভাষাৰ সম্পৰ্কত বিশেষ তেনে ভাষাও তেওঁৰ দ্বাৰা যথা বিনির্দিষ্ট প্রয়ােজনৰ বাবে সেই ৰাজ্যৰ ভিতৰত বা তাৰ কোনাে ভাগত চৰকাৰী ভাৱে স্বীকৃত হ'ব। তৃতীয় অধ্যায় –উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয় আদিৰ ভাষা উচ্চতম ন্যায়ালয় আৰু ৩৪৮(১) এই ভাগৰ পূৰ্বোক্ত উপবন্ধ সমূহত যিকোনাে কথা থকা সত্ত্বেও সংসদে বিধিৰ দ্বাৰা উচ্চ ন্যায়ালয় সমূহত অন্যথা উপবন্ধ নকৰা পর্যন্ত তথা অধিনিয়ম, (ক) উচ্চতম ন্যায়লয় আৰু প্রত্যেক উচ্চ ন্যায়ালয়ৰ সকলাে কাৰ্য্যবাহী, বিধেয়ক আদিত (খ) (i) সংসদৰ যিকোনােটো সদনত অথবা কোনাে ৰাজ্যৰ বিধান মণ্ডলৰ সদনত বা ব্যৱহাৰ কৰিবলগীয়া যিকোনােটো সদনত উত্থাপন কৰিবলগীয়াসকলাে বিধেয়ক বাপ্ৰস্তাৱ কৰিবলগীয়া ভাষী। যিকোনাে সংশােধনীৰ প্ৰাধিকৃত পাঠ, (ii) সংসদৰ দ্বাৰা অথবা কোনাে ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা পাৰিত সকলাে অধিনিয়মৰ আৰু ৰাষ্ট্ৰপতিৰ দ্বাৰা অথবা কোনাে ৰাজ্যৰ ৰাজ্যপালৰ দ্বাৰা [ * * ] প্ৰখ্যাপিত সকলাে অধ্যাদেশৰ প্ৰাধিকৃত পাঠ, আৰু উপবন্ধ। ১। সংবিধান (সপ্তম সংশােধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰাৰ আৰু অনুসূচীৰ দ্বাৰা বা ৰাজপ্রমুখ’ শব্দ সমূহ লােপ কৰা হৈছে।