পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান চতুৰ্দশ ভাগ সংঘ আৰু ৰাজ্যসমূহৰ অধীনস্থ সেৱাসমূহ -অনুচ্ছেদ -৩১২ ৩১৫ (৩)(ক) খণ্ড (১)ত উল্লিখিত যিকোনো ব্যক্তিৰ দ্বাৰা কৰাহোৱা বা সম্পাদিত কোনো প্ৰসংবিদা, কৰাৰ বা এনে ধৰণৰ আন কোনো লিখনৰ কোনো উপবন্ধৰ পৰা বা তাৰ ওপৰত কৰা কোনো পৃষ্ঠাংনৰ পৰা উদ্ভূত কোনো দ্বিাদৰ ওপৰত, অথবা এনে কোনো ব্যক্তিৰভাৰতত সম্ৰাটৰ অসামৰিক সেৱাত নিযুক্তিৰ সম্পৰ্কত বা তেওঁ ভাৰত ডমিনিয়ন বা তাৰ কোনো প্ৰদেশৰ চৰকাৰৰ অধীনত সেৱা কৰি থকাৰ সম্পৰ্কত তেনে ব্যক্তিৰ প্ৰতি দিয়া কোনো চিঠিৰ পৰা উদ্ভুত কোনো বিবাদৰ ওপৰত; (খ) মূলত ঃ যথা অধিনিয়মিত অনুচ্ছেদ ৩১৪ ৰ অধীনত কোনো অধিকাৰ, দায়িত্ব বা বাধ্য- বাধকতাৰ সম্বন্ধত হোৱা কোনো বিবাদৰ ওপৰত-- . উচ্চতম ন্যায়ালয়ৰ নাইবা আন যিকোনো ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ নাথাকিব। 1 (৪) মূলতঃ যথা অধিনিয়মিত অনুচ্ছেদ ৩১৪ ত অথবা এই সংবিধানৰআন যিকোনো উপবন্ধত যিকোনো কথা থকা সত্ত্বেও এই অনুচ্ছেদৰ উপবন্ধ সমূহ প্ৰভাৱী হব।] ৩১৩। এই সংবিধানৰ অধীনত এই মৰ্মে আন উপবন্ধনকৰালৈকে, বৰ্তমান সংবিধানৰ প্ৰাৰম্ভণিৰ অন্তবৰ্তী অৱৱহিত পূৰ্বে বলবৎ থকা আৰু এই সংবিধানৰ প্ৰাৰম্ভণিৰ পিচতো সৰ্ব ভাৰতীয় সেৱা হিচাপে বা উপবন্ধ সমূহ। সংঘ অথবা কোনো ৰাজ্যৰ অধীনস্থ সেৱা বা পদ হিচাপে থকা কোনো লোক-সেৱা বা কোনো পদত প্ৰযোজ্য হব পৰা সকলো বিধি এই সংবিধানৰ উপবন্ধ সমূহৰ লগত সংগতি বিহীন নোহোৱা পৰ্য্যন্ত বলবৎ হৈয়ে থাকিব। ৩১৪। [ কোনো কোনো সেৱাৰ বৰ্তমান পদাধিকাৰী সকলৰ ৰক্ষণাবেক্ষণৰ বাবে উপবন্ধ। সংবিধান (অষ্টবিংশ সংশোধন) অধিনিয়ম, ১৯৭২ৰ ধাৰা ৩ ৰ দ্বাৰা নিৰসিত (২৯-৮-৭২ তাংৰ পৰা)। দ্বিতীয় অধ্যায় -- লোক যে আয়োগ ৩১৫।(১) এই অনুচ্ছেদৰ উপবন্ধ সমূহৰ সাপেক্ষে, সংঘৰ কাৰণে এখন লোক সেৱা আয়োগ সংঘব আৰু ৰাজ্য আৰু প্ৰত্যেক ৰাজ্যৰ কাৰণে একোখন লোকসেৱা আয়োগ হব। সমূহৰ কাৰণে (২) দুখন বা ততোধিক বাজ্যই এইটো মানি লব পাৰে যে সেই ৰাজ্য কেইখনৰ সমষ্টিটোৰ লোক সেৱী কাৰণে এখন লোক-সেৱা আয়োগ হব আৰু যদি সেই ৰাজ্যবাৰৰ প্ৰত্যেকখনৰে বিধান মণ্ডলৰ আয়োগ সমূহ। সদনে বা যত দুখন সদন থাকে তাত প্ৰত্যেকটো সদনে সেই মৰ্মে সংকল্প পাৰিত কৰে, তেনেহলে সংসদে সেই ৰাজ্য বোৰৰ আৱশ্যকতা পূৰণৰ কাৰণে এখন সংযুক্ত ৰাজ্য লোক সেৱা আয়োগ (এই অধ্যায়ত সংযুক্ত আয়োগ বুলি উল্লেখ কৰা হৈছে) নিযুক্ত কৰিবলৈ বিধিৰ দ্বাৰা উপবন্ধ কৰিব পাৰে।

s: (৩) উপৰোক্ত ধৰণৰ যিকোনো বিধিত সেই বিধিৰ উদ্দেশ্য সমূহকাৰ্য্যকৰী কৰিবলৈ আৱশ্যকীয় বা বাঞ্ছনীয় হোৱা অনুসৰি প্ৰাসংগিক আৰু আনুষংগিক যিকোনো উপবন্ধ অবিষ্ট হব পাৰে। (৪) কোনো ৰাজ্যৰ ৰাজ্যপালে | } যদি অনুৰোধ কৰে, তেনেহলে সংঘৰ লোক সেৱা আয়োগে, ৰাষ্ট্ৰপতিৰ অনুমোদন ক্ৰমে, সেই ৰাজ্যৰ সকলো বা যিকোনো আৱশ্যকতা পূৰণ কৰিবলৈ সন্মত হব পাৰে। (৫) প্ৰসংগক্ৰমে অন্যথী অপেক্ষিত হলে, এই সংবিধানত সংঘৰ লোক সেৱা আয়োগ বা কোনো ৰাজ্যৰ লোক সেৱা আয়োগৰ প্ৰতি থকা নিৰ্দেশে এনে আয়োগৰ প্ৰতিথকা নিৰ্দেশ বুলি অৰ্থ কৰিব যি আয়োগে প্ৰশ্ন উদয় হোৱা কোনো বিশেষ বিষয়ৰ সম্বন্ধত, সংঘূৰ বা যথাস্থিতি ৰাজ্যৰ আৱশ্যকতা সমূহ পূৰণ কৰে। ১। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা বা “ৰাজ প্ৰমুখ”শব্দসমূহ লোপ কৰা হৈছে।