পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰসংবিধান ১১৯ দ্বাদশ ভাগ-বিত্ত, সম্পত্তি, সংবিদা আৰু বাদসমূহ অনুচ্ছেদ ২৮৮-২৯০ ২৮৮(১)ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা অন্যথা উপবন্ধনকৰিলে, এই সংবিধানৰপ্ৰাৰম্ভণিৰ অব্যবহিত কোনো কোনো পূৰ্ব্বলৈকেবলবৎ থকা কোনো ৰাজ্যৰ বিধিয়ে কোনো অন্তঃৰাজ্যিকনদীবানদীৰউপত্যকাক নিয়ন্ত্ৰণ ক্ষেত্ৰত পানী বা কিম্বা উন্নত কৰাৰ অৰ্থে থকা কোনো বৰ্তমান বিধিৰ দ্বাৰা অথবা সংসদে প্ৰণয়ন কৰা কোনো বিধিৰ বিদ্যুতৰ সম্বন্ধত দ্বাৰা স্থাপিত হোৱা কোনো প্ৰাধিকাৰীৰ দ্বাৰা সঞ্চিত,উৎপাদিত, ব্যৱহৃত বাবণ্টিত বা বিক্ৰীত কোনো ৰাজ্যৰদ্বাৰা পানী বা বিদ্যুতৰ সম্বন্ধত কোনো কৰ আৰোপনকৰিব কিম্বা কৰ আৰোপণৰ প্ৰাধিকাৰ প্ৰদান নকৰিব। আৰোপিতৰৰ পৰা বেহাঁই। স্পষ্টীকৰণ-এইখণ্ডত “বলবত থকা কোনো ৰাজ্যৰ বিধি”কথা ফাকিয়ে এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্ব্বে পাৰিত বা প্ৰণীত হোৱা আৰু পূৰ্ব্বে নিৰসিত নোহোৱা ৰাজ্যৰ বিকোনো বিধিকেই বুজাব যদিওবা সেই বিধি বা তাৰ কোনো ভাগ বিশেষ সেই সময়ত ৰাজ্যৰ সকলোতে বা কোনো বিশেষ ক্ষেত্ৰত বলবত্ নেথাকিবও পাৰে। (২) কোনো ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা খণ্ড (১)ত উল্লিখিত যিকোনো কৰ আৰোপণকৰিব বা আৰোপণ কৰাৰ প্ৰাধিকাৰ দিব পাৰে, কিন্তু এনে কোনো বিধিৰ কোনো প্ৰভাৱ নেথাকিব যদিহে ৰাষ্ট্ৰপতিৰ বিবেচনাৰ্থেৰক্ষিত হৈ তেওঁৰঅনুমতি লাভ নকৰে আৰু যদি এনে কোনো বিধিয়ে কোনো প্ৰাধিকাৰীৰ দ্বাৰা সেই বিধিৰ অধীনত প্ৰস্তুত হবলগীয়া নিয়ম বা আদেশৰ জৰিয়তে সেই কৰৰ হাৰ আৰু অন্যান্য প্ৰাসংগিকতা নিয়ত কৰাৰ উপবন্ধ কৰে, তেনেহলে সেই বিধিয়ে এনে কোনো নিয়ম প্ৰস্তুত কৰিবলৈ বা আদেশ দিবলৈ হলে ৰাষ্ট্ৰপতিৰ পূৰ্ব্ব সন্মতি লোৱাৰ উপবন্ধ কৰিব। ২৮৯।(১) ৰাজ্যৰ আয় আৰু সম্পত্তি সংঘৰ কৰ আৰোপণৰ পৰা ৰেহাই পাব। সংঘৰকৰআৰোপণব। পৰাৰাজ্যৰআয় আৰু (২) খণ্ড (১)ৰ যিকোনো কথাই, কোনো ৰাজ্য চৰকাৰৰ দ্বাৰা বা হকে কৰা যিকোনো প্ৰকাৰৰ সম্পত্তিৰ ৰেহাই। বেপাৰ বা কাৰবাৰৰ সম্বন্ধত, অথবা তৎসম্পৰ্কিত কোনো কাৰ্য্যৰ সম্বন্ধত, অথবা তেনে বেপাৰ বা কাৰবাৰৰ প্ৰয়োজনাৰ্থেব্যৱহৃত বা অধিকৃত 'কোনো সম্পত্তিৰ সম্বন্ধত, অথবা তাৰ পৰা প্ৰোদ্ভূত বা উদ্ভূত কোনো আয়ৰ সম্বন্ধত, সংসদে বিধিৰ দ্বাৰা যথা উপবন্ধিত কৰা বিস্তৃতি পৰ্য্যন্ত কোনো কৰ যদি থাকে, আৰোপণ কৰাৰ পৰা অথবা আৰোপণ কৰিবলৈ প্ৰাধিকৃত কৰাৰ পৰা সংঘক বাধা নিদিয়ে। (৩) সংসদে বিধিৰ দ্বাৰা, চৰকাৰৰ সাধাৰণ কৃত্যৰ প্ৰাসংগিক বুলি ঘোষণা কৰা কোনো বেপাৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত বা কোনো শ্ৰেণীৰ-বেপাৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত খণ্ড (২) ৰ'কোনো কথাই প্ৰয়োগ . নহব। ২৯০। যেতিয়ানেকি এই সংবিধানৰ উপবন্ধৰ অধীনত কোননান্যায়ালয়ৰ বা আয়োগৰ ব্যয় সমূহ কিছুমান ব্যয় আৰু বা এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্ব্বে ভাৰতত সম্ৰাটৰ অধীনত অথবা এনে প্ৰাৰণিৰ পশ্চাত, সংঘৰ অৱসৰ বেতন বা কোনো এখন ৰাজ্যৰ কাৰ্য্যৰ সম্পৰ্কত সেৱা কৰা কোনো ব্যক্তিক বা তেওঁৰ সম্বন্ধত দিব লগা সম্পৰ্কে সমযোজন। অৱসব বেতন ভাৰতৰ সঞ্চিত নিধিনাইবা ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত ভৰিত হব তেতিয়া, যদি- (ক) ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত ভাৰ পৰা ক্ষেত্ৰত, ন্যায়ালয় বা আয়োগে কোনো ৰাজ্যৰ পৃথক আৱশ্যকতা সমূহৰ কোনোটো পূৰণ কৰে বা সেই ব্যক্তিয়ে সম্পূৰ্ণতঃ বা আংশিক ভাবে কোনো এখন ৰাজ্যৰ কাৰ্য্যৰ সম্পৰ্কত সেৱা কৰে; অথবা ! (খ) কোনো এখন ৰাজ্যৰসঞ্চিত নিধিৰ ওপৰত ভাৰ পৰা ক্ষেত্ৰত,ন্যায়ালয় বা আয়োগে সংঘ বা আন এখন ৰাজ্যৰ পৃথক আৱশ্যকতা সমূহৰ কোনোটো পূৰণ কৰে বা সেই ব্যক্তিয়ে সম্পূৰ্ণতঃ বা ভাগতঃ সংঘ বা আন এখন ৰাজ্যৰ কাৰ্য্যৰ সম্পৰ্কত সেৱা তেনেহলে যথাস্থিতি মতে, সেই ৰাজ্যৰ সঞ্চিত নিধি বা ভাৰতৰ সঞ্চিত নিধি নাইবা আনখন ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত সেই ব্যয় বা অৱসৰ বেতনৰ সম্বন্ধত এনেকুৱা অংশদানৰ ভাৰ পৰিব আৰু সেই নিধিৰ পৰা দিব লাগিব যি অংশনেকি কৰাৰ কৰা হয় অথবা কৰাৰ অবিহনে ভাৰতৰ মুখ্য ন্যায়াধিপতিৰ দ্বাৰা নিযুক্ত মধ্যস্থই নিৰ্দ্ধাৰণ কৰে।