পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ১১৭ দ্বাদশ ভাগ -বিত্ত, সম্পত্তি, সংবিদা আৰু বাদসমূহ -অনুচ্ছেদ ২৮০-২৮৫ (৪) বিত্ত আয়োগে তেওঁলোকৰ প্ৰক্ৰিয়া নিজে নিৰ্দ্ধাৰণ কৰিব আৰু তেওঁলোকৰ কৃত্য সম্পাদন বিষয়ত সংসদে বিধিৰ দ্বাৰা যি ক্ষমতা প্ৰদান কৰে সেই ক্ষমতাৰ অধিকাৰী হব। ২৮১ ৰাষ্ট্ৰপতিয়ে এই সংবিধানৰ উপবধ অনুসৰি বিত্ত আয়োগৰ দ্বাৰা কৰা প্ৰত্যেকটি বিত্ত আয়োগ চুপাৰিছ, চুপাৰিছ সম্পৰ্কে লোবা কাৰ্য্যৰ ব্যাখ্যাসূচক জ্ঞাপনৰ সৈতে সংসদৰ প্ৰত্যেকটো চুপাৰিছসমূহ। সদনতে দিয়াব। বিধি বিত্তীয় উপবন্ধসমূহ ২৮২ সংঘই বা ৰাজ্যই যিকোনো সাৰ্বজনিক প্ৰয়োজনৰ বাবে যিকোনো অনুদান সংঘ বা ৰাজ্যৰ দ্বাৰা দিব পাৰিব, যদিওবা সেই প্ৰয়োজনটো এনে এক প্ৰয়োজন নহয় যাৰ সম্পৰ্কত সংসদে বা নিজৰ ৰাজস্বৰ পৰা যথাস্থিতি সেই ৰাজ্যৰ বিধান মণ্ডলে বিধি প্ৰণয়ন কৰিব পাৰে। কৰিবলগীয়া ব্যয়।

২৮৩ (১) ভাৰতৰ সঞ্চিত নিধি আৰু আকস্মিকতা নিধিৰ অভিক্ষা এনে নিধিত ধন সঞ্চিত নিধি, জমা দিয়া, তাৰ পৰা ধন উলিওবা, ভাৰত চৰকাৰৰ দ্বাৰা বা হতে প্ৰাপ্ত আৰু উক্ত ধৰণৰ অকস্মিকতা নিধি নিধিত জমা কৰা ধনৰ বাহিৰে আন ৰাজহ্বা ধনব অভিক্ষা, ভাৰতৰ লোকলেথালৈ সেই আৰু লোকলোেত ধন দিয়া আৰু তেনে লেখাৰ পৰা ধন উলিওৱা আৰু পূৰ্বোক্ত বিষয়ৰ সৈতে সংযুক্ত বা তাৰ সহায়ক আন সকলো বিষয়ৰ বিনিয়মন সংসদৰ দ্বাৰা প্ৰণীত বিধিৰ দ্বাৰা হব আৰু জমা কৰা ধনৰ যেতিয়ালৈকে সেই মৰ্মে উপবন্ধ প্ৰস্তুত কৰা নহয়, ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰণীত নিয়মাবলীৰ দ্বাৰা অভিক্ষা ইত্যাদি। বিনিয়মিত হব। (২) ৰাজ্যৰ সঞ্চিত নিধি আৰ আকস্মিকতা নিধিৰ অভিক্ষা এনে নিধিত জমা দিয়া তাৰ পৰা ধন উলিওৱা, ৰাজ্য চৰকাৰৰ দ্বাৰা বা হকে প্ৰাপ্ত আৰু উক্ত ধৰণৰ নিধিত জমা কৰা ধনৰ বাহিৰে আন ৰাজহুৱা ধনৰ অভিবক্ষা, বাজ্যখনৰ লোকলেথালৈ সেই ধন, দিয়া আৰু তেনে লেখাৰ পৰা ধন উলিওবা আৰ পূৰ্বোক্ত বিষয়ৰ সৈতে সংযুক্ত বা তাৰ সহায়ক আন সকলো বিষয়ৰ বিনিয়মন বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত বিধিৰ দ্বাৰা হব আৰু যেতিয়ালৈকে সেই মৰ্মে উপবন্ধ প্ৰস্তুত কৰা নহয়, ৰাজ্যখনৰ ৰাজ্যপালৰ ১ [. ] দ্বাৰা প্ৰণীত নিয়মাবলী দ্বাৰা সেইবোব বিনিয়মিত হব। ২৮৪ (ক) যথাস্থিতি ভাৰত চৰকাৰ বা ৰাজ্য চৰকাৰৰ দ্বাৰা সংগৃহীত বা প্ৰাপ্ত কৰা লোকসেৱক আৰু ৰাজৰ কিম্বা ৰাজবা ধনৰ বাহিৰে সংঘ বা ৰাজ্যৰ কামত নিযুক্ত কোনো পদাধিকাৰীৰ দ্বাৰা ন্যায়ালয়ৰ দ্বাৰা প্ৰাপ্ত তেওঁৰ সেই ক্ষমতাত প্ৰাপ্ত বা তেওঁৰ ওচৰত গচ্ছিত সকলো ধন, বা বাদীসকলৰ দ্বাৰা (খ) কোনো বাদ, বিষয়, লেখা বা ব্যক্তিৰ নামত ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ অন্তৰ্গত গচ্ছিত ধন আৰু যিকোনো ন্যায়ালয়ৰ দ্বাৰা প্ৰাপ্ত বা নায়ালয়ৰ ওচৰত গচ্ছিত সকলো ধন, অনান্য ধনৰ অভিক্ষা। যথাস্থিতি, ভাৰতৰ লোক লেখাত বা ৰাজ্যৰ লোক লেখাত জমা হব। ২৮৫ (১) সংসদে বিধিৰ দ্বাৰা অন্যথা উপবন্ধ নকৰা পৰ্যন্ত সংঘৰ সম্পত্তি কোনো ৰাজ্যৰকৰ ৰাজ্যৰ বা ৰাজ্যৰ অন্তৰ্গত যিকোনো প্ৰাধিকাৰীৰ দ্বাৰা আৰোপিত কৰৰ পৰা মুক্ত হব। আৰোপণৰ পৰা সংঘৰ সম্পত্তিৰ (২) সংসদে বিধিৰ দ্বাৰা অন্যথা উপবহু নকৰালৈকে, খণ্ড (১)ৰ একোবেই কোনো ৰাজ্যৰ অন্তৰ্গত যিকোনো প্ৰাধিকাৰীকেই সংঘৰ যিকোনো সম্পত্তিৰ ওপৰত কৰ লগোৱাত বাধা নিদিব যদিহে এই সংবিধানৰ প্ৰাৰম্ভণিৰ অবহিত পূৰ্বে সেই সম্পত্তিত কৰ আৰোপণীয় আছিল বা কৰ আৰোপণীয় বুলি ধৰা আছিল আৰু যেতিয়ালৈকে উক্ত কৰ সেই ৰাজ্যৰ ভিতৰত আৰোপণীয় হৈ থাকে। ৰেহাই। ১ সংবিধান (সপ্তম সংশোধন) অধিনিয়ম ১৯৫৬ ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা বা ৰাজপ্ৰমুখ শবদ সমূহ লোপ কৰা হৈছে।