পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৫ ভাৰতৰ সংবিধান দ্বাদশ ভাগ —বিত্ত, সম্পত্তি, সংবিদা আৰু বাদসমূহ – অনুচ্ছেদ ২৭৫-২৭৬ (ক) ষষ্ঠ অনুসূচীৰ বিশ দফাত সংলগ্ন তালিকাৰ ১ [ ভাগ — ] ত বিনিৰ্দিষ্ট জনজাতি ক্ষেত্ৰৰ প্ৰশাসনৰ সম্বৰ্ধত এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যবহিত পৰ্বে দুবছৰৰ ভিতৰত ৰাজস্বৰ ওপৰত হোৱা অতিৰিক্ত ব্যয়ৰ গৰ্ডৰ সমান হয়; আৰ 1 (খ) উক্ত ক্ষেত্ৰ বিলাকৰ প্ৰশাসনীয় মান সেই ৰাজ্যৰ বাকী অঞ্চলৰ সমপৰ্যায়লৈ উন্নীত কৰাৰ প্ৰয়োজনৰ বাবে ভাৰত চৰকাৰৰ অনুমোদন ক্ৰমে সেই ৰাজ্যৰ চৰকাৰৰ দ্বাৰা হাতত লোবা বিকাশ যোজনাৰ খৰচৰ সমান হয়। ২ [১ক। অনুচ্ছেদ ২৪৪-ক ৰ অধীনত স্বায়ত্ত শাসিত ৰাজ্যখন গঠিত হলে আৰ হোৱাৰ পৰা, — 6) খণ্ড (১)ৰ দ্বিতীয় পৰকৰ খণ্ড . (ক)ৰ অধীনত দিবলগীয়া যিকোনো ধনৰাশি, যদি সেই খণ্ডত নিৰ্দেশিত সকলোবোৰ জনজাতি ক্ষেত্ৰ স্বায়ত্ত শাসিত বাজাখনত সমাবিষ্ট হয়, তেনেহলে স্বায়ত্ত শাসিত ৰাজ্যখনক দিয়া হব, আৰ যদি সেই জনজাতি ক্ষেত্ৰ সমূহৰ কিছুমানহে স্বায়ত্ত শাসিত বাজ্যখনত সমাবিষ্ট হয়, তেনেহলে ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা যথা বিনিৰ্দিষ্ট কৰা অনুসৰি অসম ৰাজ্য আৰু স্বায়ত্ত শাসিত ৰাজ্যখনৰ মাজত বিভাজিত হব; ii) ভাৰতৰ সঞ্চিত নিধিৰ পৰা স্বায়ত্ত শাসিত ৰাজ্যখনৰ ৰাজস্ব সাহায্য অনুদান বপে এনে মূলধন আৰু আৱৰ্ত্তক ধনবাশি দিয়া হ যাব' পৰিমাণ সেই ৰাজাৰ প্ৰশাসনীয় মান অসমৰাজ্যৰ ৰাকী অঞ্চলৰ সমপৰ্য্যায়লৈ উন্নীত কৰাৰ প্ৰয়োজনৰ বাবে ভাৰত চৰকাৰৰ অনুমোদন কমে স্বায়ত্ত শাসিত ৰাজ্যখনৰ দ্বাৰা হাতত লোবা বিকাশ-যোজনাৰ খৰচৰ সমান হয়। (২) যেতিয়ালৈকে খণ্ড (১ৰি অধীনত সংসদৰ দ্বাৰা উপবদ্ধ কৰা নহয়, তেতিয়ালৈকে সেই খণ্ডৰ অধীনত সংসদৰ ওপৰত প্ৰদত্ত ক্ষমতা সমুহ ৰাষ্ট্ৰপতিৰ দ্বাৰা দিয়া আদেশৰ দ্বাৰা প্ৰয়োগযোগ্য হব আৰ এই খণ্ডৰ অধীনত ৰাষ্ট্ৰপতিৰ দ্বাৰা দিয়া যিকোনো আদেশ সংসদৰ দ্বাৰা তেনেদৰে প্ৰস্তুত যিকোনো উপবন্ধ সাপেক্ষেহে প্ৰভাবী হব। পৰত, কোনো বিত্ত-আয়োগ গঠিত হোবাৰ পিচত সেই বিত্ত-আয়োণ চুপাৰিহ সমূহ বিবেচনা কৰি দিয়া ব্যতিৰেফে এই খণ্ডৰ অধীনত ৰাষ্ট্ৰপতিৰ দ্বাৰা কোনো আদেশ দিয়া নহৰ। ২৭৬ (১) অনুচ্ছেদ ২৪৬ত যিকোনো কথা থকা সত্ত্বেও ৰাজ্য বা তদস্তুৰ্গত পৌৰসভা বৃত্তি, ৰেপাৰ জিলাবোৰ্ড, স্থানীয়বোৰ্ড বা আন স্থানীয় প্ৰাধিকাৰীৰ উপকাৰাৰ্থে কোনো বিধান মণ্ডলে বৃত্তি, আজীবিকা আৰু বেপাৰ, আজীবিকা বা চাকৰিৰ ওপৰত লগোৱা কৰ সম্বন্ধীয় বিধান এই আধাৰৰ ওপৰত চাকৰিৰ ওপৰত অবিধিমান্য নহব যে সেই বিধান আয়ৰ ওপৰত লগোবা কৰ সম্পৰ্কীয় হয়। লগোৱা কৰ। (২) কোনো এক ব্যক্তিয়ে ৰাজ্যক অথবা তত্ৰস্থ কোনো এখন পৌৰসভা, জিলাবোৰ্ড, স্থানীয় বোৰ্ড বা আন স্থানীয় প্ৰাধিকাৰীক বৃত্তি, বেপাৰ, আজীবিকা আৰ চাকৰিৰ সম্বন্ধত দিবলগীয়া কৰৰ মুঠ পৰিমাণ বছৰত * [ দুহাজাৰ পাঁচশ টকা তিকৈ অধিক নহব।

8C ] ১ উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়িম, ১৯৭১ৰ ধাৰা ৭১ (ঙ) ৰ দ্বাৰা প্ৰতিষ্ঠাপিত (২১-১-১৯৭২ তাংৰ পৰা }। ২ সংবিধান (দ্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৬৯ৰ ৩ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত। ! ৩ সংবিধান (যষ্টিতম সংশোধন) অধিনিয়ম, ১৯৮৮ ধাৰা ২ৰ দ্বাৰা (২০-১২-১৯৮৮) তাৰিখৰ পৰা “দুশপঞ্চাশ টকা” শবদাৱলীৰ বাবে প্ৰতিষ্ঠাপিত। ধাৰা ২ৰ দ্বাৰা পৰন্তুক লোেপ ৪। সংবিধান ( যষ্টিতম সংশোধন) অধিনিয়ম, ১৯৮৮ কৰা হৈছে।