পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৪ ভাৰতৰসংবিধান ষষ্ঠ ভাগ-বাজ্য সমূহ-অনুচ্ছেদ ২১৭-২২১ (খ) কোনো ব্যক্তিয়ে ভাৰতৰ ৰাজ্যক্ষেত্ৰতন্যায়িক পদ ধাৰণ কৰি থকা অথবা কোনো উচ্চ ন্যায়লয়ৰ অধিবক্তা হৈ থকা কালাৱধিৰসংগণনা কৰোঁতে সেই ব্যক্তিয়ে ১৯৪৭ চনৰ ১৫ আগষ্টৰ পূৰ্বে, ভাৰত চৰকাৰ অধিনিয়ম, ১৯৩৫ ত পৰিভাষিত ভাৰতত সমাবিষ্ট কোনো ক্ষেত্ৰত এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্বে যথাস্থিতি ন্যায়িক পদ ধাৰণ কৰা অথবা এনেকুৱা কোনো ক্ষেত্ৰত কোনো উচ্চ ন্যায়ালয়ৰ অধিবক্তা হৈ থকা কোনো কালাৱধিও তাৰ অন্তৰ্গত হব। (৩) যদি উচ্চ ন্যায়ালয়ৰ কোনোন্যায়াধীশৰ বয়সৰ সম্পৰ্কত কোনো প্ৰশ্নৰ উদ্ভৱ হয়, তেনেহলে ৰাষ্ট্ৰপতিৰ দ্বাৰা ভাৰতৰ মুখ্য ন্যায়াধিপতিৰ লগত পৰামৰ্শ কৰি সেই প্ৰশ্ন বিনিশ্চিত কৰা হব আৰু ৰাষ্ট্ৰপতিৰ বিনিশ্চয়েই চূড়ান্ত হব।] উচ্চতমন্যায়ালয়ৰ ২১৮ অনুচ্ছেদ ১২৪ ৰ খণ্ড (৪) আৰু (৫)ৰ উপবন্ধ সমূহত উচ্চতম ন্যায়ালয়ৰ প্ৰতি থকা সম্বন্ধীয় কিছুমান উপবন্ধ নিৰ্দেশৰ পৰিৱৰ্ত্তে উচ্চ ন্যায়ালয়ৰ প্ৰতি থকা নিৰ্দেশ বুলি লৈ সেই উপবন্ধ সমূহ উচ্চতম ন্যায়ালয় - উচ্চ ন্যায়ালয় সমূহত সূম্বন্ধে প্ৰয়োগ হোৱাৰ দৰে উচ্চ ন্যায়ালয় সম্বন্ধেও প্ৰয়োগ হব। প্ৰয়োগ। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ২১৯। কোনো [

  • ] উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত হোৱা প্ৰত্যেক

সকলৰ দ্বাৰাশপত আৰু ব্যক্তিয়ে নিজৰ পদ গ্ৰহণ কৰাৰ পূৰ্ব্বে সেই ৰাজ্যৰ ৰাজ্যপালৰ অথবা তেওঁৰ দ্বাৰা সেই উদ্দেশ্যে প্ৰতিজ্ঞান। নিযুক্ত কোনো ব্যক্তিৰ সন্মুখত তৃতীয় অনুসূচীত এই প্ৰয়োজনৰ কাৰণে দিয়া হোৱা প্ৰপত্ৰ অনুসাৰে শপত লব বা প্ৰতিজ্ঞান কৰিব আৰু তাত স্বাক্ষৰ কৰিব। স্থায়ী ন্যায়াধীশ হোৱাৰ ২২০। [এই সংবিধানৰ প্ৰাৰম্ভণিৰ পিচত কোনো উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশৰ পদ ধাৰণ পিচত বিধিবৃত্তিৰ ওপৰত কৰা কোনো ব্যক্তিয়ে, উচ্চতম ন্যায়ালয় বা আন উচ্চ ন্যায়ালয় সমূহৰ বাহিৰে ভাৰতৰ কোনো ন্যায়ালয়ত বা কোনো প্ৰাধিকাৰীৰ আগত ওকালতি বা কাৰ্য্য নকৰিব। স্পষ্টীকৰণ - এই অনুচ্ছেদত ‘উচ্চ ন্যায়ালয়’ বুলিলে সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ প্ৰাৰম্ভণিৰ পূৰ্ব্বে বিদ্যমান থকা প্ৰথম অনুসূচীৰ ‘খ’ ভাগত বিনিৰ্দিষ্ট কোনো ৰাজ্যৰ কোনো উচ্চ ন্যায়ালয়ক অন্তৰ্গত নকৰে। ন্যায়াধীশ সকলৰ বেতন ২২১। [ (১) প্ৰত্যেক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক এনে বেতন দিয়া হব যি সংসদে বিধিৰ দ্বাৰা অৱধাৰিত কৰে আৰু যেতিয়ালৈকে এই মৰ্মে এনে প্ৰকাৰৰ উপবন্ধ কৰানহয় তেতিয়ালৈকে এনে বেতন দিয়া হব যি দ্বিতীয় অনুসূচীত বিনিৰ্দিষ্ট কৰা হৈছে।] (২) প্ৰত্যেক ন্যায়াধীশ এনেকুৱা ভাত্তা আৰু অনুপস্থিতিৰ ছুটী আৰু অৱসৰ বেতন সম্পৰ্কে এনেকুৱা অধিকাৰ সমূহৰ হকদাৰ হব যিবিলাকনেকি সংসদ কৰ্তৃক বিধিৰ দ্বাৰা বা অধীনত সময়ে সময়ে নিদ্ধাৰিত কৰা হয় আৰু তেনেদৰে নিৰ্দ্ধাৰণ নকুৰা পৰ্য্যন্ত দ্বিতীয় অনুসূচীত যথা বিনিৰ্দিষ্ট ভাত্তা আৰু অধিকাৰ সমূহৰ হকদাৰ হব ঃ পৰন্তু, কোনো ন্যায়াধীশৰ অনুপস্থিতিৰ ছুটীবাঅৱসৰ বেতন সম্পৰ্কীয় তেওঁৰ অধিকাৰ সমূহৰ নিযুক্তিৰ পিচত তেওঁৰ প্ৰতিকূলে কোনো পৰিৱৰ্তন কৰা নহব। নিৰ্বন্ধন। আদি। ১।সংবিধান (পঞ্চদশ সংশোধন) অধিনিয়ম, ১৯৬৩ ৰ৪ ধাৰাৰ দ্বাৰা (ভূতলক্ষীপ্ৰভাৱেৰে) অন্তঃ স্থাপিত কৰা হৈছে। . ২। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা ‘কোনো ৰাজ্যৰ’ শব্দখিনি লোপ কৰা হৈছে। ৩। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ১৩ ধাৰাৰ দ্বাৰা মূল ২২০ অনুচ্ছেদৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত। ৪।১৯৫৬ চনৰ ১ লা নবেম্বৰ। ৫। সংবিধান (চতুঃপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৬ ৰ ধাৰা ৩ ৰ দ্বাৰা (১-৪-১৯৮৬ ৰ পৰা প্ৰভাবী হোৱাকৈ) খণ্ড (১) ৰ বাবে প্ৰতিষ্ঠাপিত।