পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৬ ভাগ্যপৰীক্ষা বগা--গৃহস্থ ঘৈণী দুই গৰাকী বৰ ভাল মানুহ, বোপাই। চা চোন আমিয়েই যতবোৰ হে জগৰ কৰিছো, অইন এঘৰত হোৱা হলে শিলেৰে খুলিলেহেতেন। তেও জানো, কোমোৰা দিন। টোকৰ এটা মাৰিছে? কেতিয়াবা বৰ টান হলে মুখেৰে একেষাৰ ভাবি দিয়ে। কেনে মৰমেৰে মানুহ জানে বিহুঘৈণী গৰাকী “সাই তি” লখিমী আৰু গিৰীহত গৰাকী জানিব। তেওঁৰে গিৰীয়েক। মানুহে অলপতে দুখ পায় দুখ পাৰ বেন দেখে। এটালৈকে পেটে পেটে বৰ মৰম। বগ—সই দেখিছে আকৌ আমাৰো মৰম লাগিছে

মৰম দিলেই মৰম পায়। এনে মানুহৰ লগতহে থাকিবৰ মন যায়। বিহু আৰু কি এটা কথা, ক'ব নোৱাৰে, দুই হাতে বনকে কৰি ফুৰে, তেও দুখ যেন নেলাগে। বগ—এৰা, এৰা ৰহইচতে” বন কৰিবৰ মন যায়; বন কৰ মানে বংহে লাগে। বিহু-বৰ ৰং লাগে বোপাই, বৰ ৰং লাগে! সেই দেখি হে মই তেও নেহঁাহি নোৱাৰে। ইয়াত আমাৰ বৰ সুখ হেৰ, বৰ সুখ। মই ইয়াৰপৰ কেতিয়াও নোলাও। বগা—আমি জানন ওলাম? খেদি নিদিলে, নিজে কেতিয়াও ওলাই নেযাওঁ। যাওঁ বুলিবৰ সতেই নেয়। এতিয়া কথা হৈয়েই থাক নে? আলিহী ও আহিছে; বহুত বন আছে; আহ, আহ। বিহু- -ব’ল ব’ল; ব, মই অলপমান ঘঁহি লওঁ। ( দুইৰৰ হাঁহি হাঁহি প্ৰস্থান)