(এফালৰ পৰা মোহনচন্দ্ৰ আৰু আন ফালৰ পৰা গোপীনাথৰ প্ৰবেশ)
| গোপী—
|
কোন সেইট, মোহন বাপা নে?
|
| মোহ-—
|
Oh! good morning! ভালে আছে?
|
| গোপী—
|
হয় পাচে তোমাক দেখোন ভালে (অপঠনীয়)ন দেখা নাই?
|
| মোহ—
|
এৰা, মই এই পিনে Down লৈ গৈ, আলপ travel কৰি আহিলোঁ।
|
| গোপী—
|
পাচে, আজিকালি কি কৰিছা? (1718--* lately Borkatky priva" Stigh Sebas, fofa te, thie z rupees salary Jolliciate off571 পাচে, সেইটো femporary vacancy ছিল permanent incumbent, (at leave 7 s1691; leave expire হ’লত আকৌ join কৰিলেহি।
|
| গোপী—
|
পাচে, তুমি কৰিছাঁ কি?
|
| মোহ-—
|
At present, মই without employment হৈয়েই আছোঁ। Earning টো stop হোৱাত, circumstance টো কিছু bad হৈছে; আৰু consequently, livelihood টোত অলপ difficulty feel কৰিছোঁ।
|
| গোপী—
|
Earning টো নো কিয় stop হৈছে? তুমি শিক্ষিত মানুহ। ডেকা ল'ৰা; গাত বল আছে; মনত “স্ফুৰ্তি" আছে; আৰু
|