পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অ, ২-দৃ. ৪ ভাগ্যপৰীক্ষা 51-2- বাৰু তেনে মোৰ পাল এইবাৰ। আজি ধৰি সুপ্ৰসন্ন হলো সেই দুখীয়াৰ প্ৰতি; দেখিৰ্ব এতিয়া, মাটি ছুলে সোণ হ'ব দিনে দিনে সম্পদ বাঢ়িব, ধন সোণ যেনি পায় তেনি আহি, উপচি পৰিব। এই মতি এই গতি নেথাকে ইদৰে সকলো উন্নত হ’ব , অলপ দিনতে আচৰিত সৰ নি দেখি। আহা তেনে, যাওঁ দুয়ো আকৌ এবন্ধু। ব’ল। তেনে, যাও। (নৃত্য গীত) দুয়ে। (আমি) ৰিবি বিবি মলয়াত উড়ি ভাল পাওঁ উড়ি উড়ি ঘূৰি ঘূৰি নাচি নাচি যাওঁ। কুলিৰ অমিয়া মাত, জোনৰ পোহৰ মলয়াৰ ছাটি আৰু সুবাস ফুলৰ লগে লগে নিও আমি যেনি বেৰিবা।