পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অ, ২.২ ভাগ্যপৰীক্ষা গেন্ধে—এৰ, নগৰীয়া মানুহ নহয়, কি নীতি নিয়ম আছে? আৰু বিংবিঙ্গোৱাৰ যে কথা কৈছা, সেইবোৰ বিদেশী মানুহ; সিহঁতৰ কথা বুজাটে! এফেৰি টান তেন। তেও বুলি হলে, মই একে! মস্থিল নেপাওঁ দেই। গোসাইৰ মুক্তিয়াৰী কামত ফুৰোঁতে ফুৰোঁতে, যত তৰহৰ বঙ্গলুৱা কথা আছে, মই সোপাকে শিকিলে॥ আৰু নহবৈ নো কিয়? মই নেদেখা দেশ নে? আৰু কেইথন আছে? যেনেকি বিদেশী মানুহটে। হওক, মই বলুৱা কথা ক'বলৈ ধৰিলে, সি তবধ লাগে নহয়। জল-দেউ, এষাৰ দিয়েক গুনালে হেতেন। গেন্ধে-বাৰু; সময় বুজি নাম, থাৰ্ক॥ জন—আপুনি অলপ ৰব। সৌটো পুখুৰী দেখিছো, পানী টোপাৰ চলটো আছে, মই মুখহাত ধুই আহে। গন্ধে-বাৰু ঘোৰ, মই এই বাটৰ দাতিতে বহি. গীত এটিকে ধৰে॥ (বহে; জলহুৰ প্ৰস্থান) (বৰ গীত) ৰাগ—ধন। “নাৰায়ণ মাগো চৰণ-ৰতি তেৰা। ই তিনি ভুন, তুমহি বৰঠাকুৰ, নাহি জানত মতি মেৰা। ভুবন চতুদশ কায়া ফিৰত মেৰি বেৰি বেৰি অন্ত নহোই।