এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ .২-দ. ১
২৫
ভাগ্যপৰীক্ষা
| ধ-ক— |
যাওঁ আহাঁ, |
| ভা-ক— | ব’লাঁ বাৰু যাওঁ। |
(নৃত্য গীত)
| দুয়ো— |
আমি দুয়ো সখী যাওঁ; |
দ্বিতীয় অঙ্ক।
১ম দৃশ্য---পানীৰামৰ ঘৰ।
পানীৰাম আৰু সদাগৰ বেশেৰে ধনকন্যা আৰু ভাগ্যকন্যা)
| পানীৰাম— | আৰু সেই দিন ধৰি আজিলৈকে, গৰু বিচৰাদি বিচাৰি তেনেই চ'লথ্ কৰিলোঁ, তেও সেই বেঙ্গুলীটোৰে দেখা-দেখি ন’হল। |
| ধনকন্যা— | নহয়, কথাৰ গুৰিতে লেঠা; তুমি এফেৰি সাৱধান হ’ব লাগিছিল। |