পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২ ভাগ্যপৰীক্ষা ৪ৰ্থ দৃশ্য—পানীৰামৰ ঘৰ। (পানীৰাম আৰু মাণিকী) মাণিকী—দুৱাৰ-চুকৰ তু’হ-গুড়িৰ পাচিটো ক’লৈ গ'ল? পানীৰম~-কেলৈ, মই সেইটো পাচিতে কালি ধান কিনি অনাগৈ নাই? মাণি-পাচিটো পাইছে; তাৰ তুহ-গুড়িবোৰ কৰিল। কি? পানী—তই কালি পানী আনিবলৈ যাওঁতে, বেঙ্গুলী এটাক বেচি দি দুটা পইচা লৈ থৈ’ছে, বাপেকে। মাণি:-কি! মই তাতে বস্তু এটা থৈছিলো নহয়, ক'ত থ’? পানী--তত কি বস্তুটো আছিল অ? মই তাত একো বস্তু-বেহানি পোৱা নাই। সেই বেঙ্গুলীটোৱেই দেখিছে নহয়; তাৰ থৈলাত তুহগুড়ি- গাল ঢালি দি, পাচিটো আজৰাই লৈ, মই বজাৰলৈ গুচি গৈছে। মাণি—কি ক’ল!? খালা, খাল! ভালটোকে কৰিল। নহয় আৰু? পানী--কিটো কৰিলে। অ’? কিনে। হ’ল? মণি-হ’বলৈ আৰু কি আছে? যি হ’ব লাগে, হ’ল; কালিৰ সেই ধনৰ মোনাটো তুহ-গুড়িৰ মাজতে সুমাই থৈছিলো। পানা-হেৰ, কি নো কৱ! উস, খালি, খালি, খালি; মোক জীয়াতে টঙ্গনিয়াই মাৰিলি! পোন পোনেই এটকা কম এশ ৰূপ। ভাবিছিলো বোৰ্লে। দুখীয়াৰ দুখ দেখি হৰিয়ে চকু মেলি চালে। হেন্ কৰিম, তেন্ কৰিম বুলি কত নো মনতে পঙ্গিছিলোঁ। উস,। ইয়াকে বলে “বিধতাই দিলেও তিৰোতাই নিদিয়ে।” এতিয়া