পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ ভাগ্যপৰীক্ষা সে যে দেছি। পঁজা তাতে এটি দৰিদ্ৰৰ বাস; নিচেই দৰিদ্ৰ কোনোমতে প্ৰৱৰ্তছে মাগে; তাৰ প্ৰতি বিমুখ এতিয়া মই সুপ্ৰসন্ন হ’ম কিন্তু অপ দিতে। এয়ে হ’ব উপযুক্ত পাত্ৰ পৰীক্ষাৰ। দিয় ন এই দৰিদ্ৰক, চোৱা হক কি কৰিব পাৰে ধনে, ভাগ্য নেথাকিলে। হাৰ। যদি তুমি, পাচত তেতিয়া দেখুৱাম বাৰু মই ভাগ্যৰ প্ৰভাৱ। বঢ়িয়া উপায় এয়ে; তাহ তেনে নকৰে। পৰম আৰু। (দুইবে। প্ৰস্থান)