এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬
ভাগ্যপৰীক্ষা
| ঠায়ে ঠাৰে বিতোপন প্ৰমোদ কানন নন্দন কানন যেনে। |
| ভা-ক— | সঁচা সখি, সুন্দৰ নগৰ, মনোহৰ দৃশ্য অতিশয়। |
| ধ-ক— | চোঁৱা পুন, নগৰৰ ঘাটত সদায় |