পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰথম অক। ১ম দৃশ্য-আলি ( সদাগৰ বেশেৰে বনকন্যা আৰু ভাগ্যকন্যা) ছদ্মবেশ ধৰিল। সুন্দৰ তুমি নোৱাৰি চিনি আৰু ভাগ্যকন্যা তুলি। তোমাকে। নিচিনে কেৱে ধনকা বুলি। চোৱ'। চোৱা, সুদৰ নগৰ! যেনি চোৱ, চকু জুৰ হয় মনোহৰ দশ্য অতিশয়। বহল বহা আলি, শিলেৰে বন্ধোৱা দুয়ো কা , বছা বছ! ধুনীয়া নীয়া গছ ফলি ফুলি আছে কেনে ঝ-মক্ কৰি। আলিয়ে আলিয়ে শোতে শাৰী শাৰী প্ৰদীপৰ খুটা;; আন্ধাৰ ৰাতিত, জলে নগৰত তাৰাৰ মালাৰ দৰে অগণন বৈদ্যুতিক প্ৰদীপ উজ্জ্বল। ঠায়ে ঠায়ে সুন্দৰ যমুনা