পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
লক্ষ্মীনাথ বেজবৰুৱা

কওঁতে “তিনি খাবেন না’’ৰ ঠাইত ‘চাবি খাবেন না” নােবােলে কিয় এইবােব এটাইবােব তিনি সংখ্যাব মহত্ত্ব নিশ্চয় জানিবা । তেহে ৈ তুমি মানাই বা নামান।

 যি হওক ইমানতে ইতি কৰিলোঁ । যদি কোনােবাই সােধে, তু দেখােন তিনিটা বুবুৰণিৰ কথা ক’বলৈ ওলাই, এটাবো কথা নকৈ তিনি মাহাত্মতে গাঁঠি লাগি ব’লা ? মই ক'ম--কপাল ! মানুহে পা ে ঈশ্ববে ভাঙে ॥


(২)

 সিদিনা তিনি বুৰ্ববণিব কথা ক'বলৈ গৈ তিনি সংখ্যাতে খাই পৰি ব'লো। সিফালে ত্রিমূত্তি বুর্ববণি পলায়ুৰ্দ্ধং আইন-আদাল ভাষাৰে ক'বলৈ গ'লে “আচামী ফেবাব।" তাৰ এটাৰ উৱাদিহ আজি তাক ধবি আনিছোঁ । এই ধবাক ‘গিবিপদাব” বুলিলেই হ কাৰণ সি আপােন ইছাতে আহিব নুখুজিছিল । সি বিলা ‘ওলাইছিলগৈ। “কেনেকৈ তই বিলাত পালিগৈ” বুলি সো সি ক'লে, এৰােপ্লেনেবে অর্থাৎ আকাশী বিমানেবে । "যাবব কে তই ক’ত পালি” বুলি সোধাত সি উত্তব দিলে— “খিদমদগাবব কৰি” অর্থাৎ বিমানযাত্রীব খানা-খােৱা মেজৰ কাম কবিবলৈ ল হৈ ।

 চোৰাংচোৱাৰ সহায় লৈ এই পৰীয়াটাকে বিলাততে গি দাব" কৰি অনা হ'ল ।
 "তই কিয় গৈছিলি?"
 "বিলাতত বহ ঘূৰণীয়া লেভব মেলখন চৰলৈ গৈছিলোঁ।