নিশ্চয় চিৰকাললৈ নোহোৱা হৈছিল। কিন্তু তেওঁৰ আদৰ্শ-প্ৰতিমা
প্ৰতি আকৰ্ষণ আগৰ দৰেই থাকিল। আকৌ বিয়েটীচ মৰ
এবছবব পিছতেই জেম। ডোনাটী (Gemma Donati) নামৰ ছোৱা
. এগৰাকীৰ লগত ডান্টেৰ বিয়া হৈ গৈছিল। নৱজীৱনত ইয়াৰে
উল্লেখ নাই। এতেকে দেখা যায় বিয়েটীচব প্ৰতি ডান্টেৰ প্ৰেম-লীলা:
মিলনৰ কোনো ক্ষীণ অভিলাযযা নাছিল; থাকিলে বিয়েটী চৰ বিয়া
পিছত কবিব উন্মাদনা টুটি গ’লহেঁতেন। ইয়াক সম্ভোগ-লালস:
মানসিক বিকৃতিও বুলিব নোৱাৰি। তেনে হলেও বিয়েটা চৰ মৰ'।
আৰু ডান্টেৰ বিয়াৰ পিছত ডান্টেৰ জীৱনত, বিয়েটীচ অধ্যায়,
সামৰণি পৰিলহেঁতেন।
এইটোও ক'ব নোৱাৰি যে ভাবে প্ৰেম-লীলা লাছ-বিলাহত ডাঙ
হোৱা এলেহুৱা ডেকা প্ৰেমিকৰ মানসিক বিকৃতি। কিয়নো প্ৰে*
চৰ্চাৰ লগে লগে ভাটেই সেই সময়ব উৎকট পাঠ-চচৰ্চাতে। মনোযো',
দিছিল। সেই সময়ৰ ইটালীয় বাজনৈতিক আন্দোলনতো তেওঁ
সম্পূৰ্ণ যোগ আছিল। বিয়েটী চ মৰাব এবছৰ জাগতেই ফ্লোৰে
আৰু পিছ৷ নগৰৰ মাজত যুঁজ লাগিছিল। সেই যুদ্ধলৈ সকলো
আগতেই ডান্টে অশ্বাবোহী সৈনিকৰূপে নিজ ইচছাবে আগৰণুৱা ৈ
ওলাইছিল অব সৈনিকৰূপে যুদ্ধও কবিছিল। কঠোৰ পিঠত *
নিয়োগ স্বদেশৰ হকে যুদ্ধক্ষেত্ৰত অস্ত্ৰ-ধাৰণ আদি সকলো পৌঝৰ্ষ
কামতেই তেওঁ ডেকাকালৰেপৰাই লিষ্ঠ অছিল। এতেকে দে
যায় ডাটেব প্ৰেম-লীল। ভৱিষ্যৎ সন্মিলনৰ আশাত আশান্বিত আছি
ই প্ৰতিহত সম্ভোগ-বাসনাৰ মানসিক বিকাশ নহৰ, নাইব। ভো'
বিলাসত লালিত এলেহুৱা ডেক। প্ৰেমিক মানসিক বিকতিও হয়
পৃষ্ঠা:বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি.pdf/৫৪
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৫২
বাণীকান্ত কাকতি
