পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈবর্ত পুৰাণ। ২১ ৩১০ চাৰি বেদ সৰস্বতী আনো শাস্ত্রগন। তুতিৰ অসাধ্য ধ্যান কৰে অনুক্ষন। যাহাৰ স্তৰনে শক্ত নােহে যোগীগন। হেনয় কৃষৰ পাৰে কৰােতে। বন্দন। ৩০১ বালক স্বৰুপে আসে কু গুনচয়। কহিক নপববাহো পণ মহাশয় ॥ ভিষ্মকে শুনিস। সতনন্দৰ বচন। পৰম আনন্দ ভৈল প্রফুল্ল বদন | আসনৰ পৰা উঠি ৰজা ৰঙ্গ মন। সানন্দ ঋধক কৰিলা আলিঙ্গন | নানা ৰত্ন অলঙ্কাৰ সুবর্ণ ৰতন। বসিক দিল ৰজা আনন্দিত মন | ৩০৪ গজেন্দ্র ঘোটক তেষ্ঠ ৰথ মনিময়। বহু সিংহাসন দিলা ৰাঙ্গা হাশয় । সস্থা ভূমি দিল। ৰাজ। সব বৃত্তিৰ! গ্রাম দেশ ঋষিক দিল মনােহৰ ৷৷ ৩০৫ বিপুল ধনক দিল ভিষ্মক নৃপতি। ভাসদ লােকৰ আনন্দ ভৈল। মতি ॥ অত তানন্তাৰে নৃপতি নন্দন। কোপে কম্পমান তনু ৰকত নয়ন। ৩০৬ ৰক্ত মুখ ভৈল গাৰ ঘৰ্ম্ম বহি যাই। পিতৃক বুলিবে লৈ। তধৰ কম্পাই। ক্রোধৰ বেগ ৰাজা থিৰ নহে কাই । উঠি গৈ বুলি সভাক শুনাই। ৩০৭ শুন শুনা সসদ মােহোৰ বচন। মহা হিত বাক্য সাধু প্রশংসয়গন । ধন লুভী ব্রাহ্মনৰ নট ভিক্ষুক। বেশ্যাৰ ভট্টৰ বাক। চয় কায়স্থ। স্ত্রিলােভী যে কামুকৰ কুলাল যি নৰ। কুট নটি কৰে যিতো মুখ দৰিদ্ৰৰ । এ২ি নৰে স্তুতি পূৰ্ব্ব বচন বােলয়। সায়ে। অসত্য কহে লৈবে নগয় । ৩০৯ উপায়ে বুদ্ধিয় কাল যৱনক মাৰি। তাৰ সনে ধনী কৃষ দুষ্ট অনাচাৰী। দ্বাৰকাত ধী কয় ধনে যৱনৰ। তবে দুষ্ট আৰ আছে কোন না জড :স ভয়ে সিতে। মথুৰা চাৰিয়া। মুদ্ৰৰ অভ্যান্তৰে পৰিলন্ত গৈয়া। এবে মােৰ লীলা কৰি শত জড়াসন্ধ । চেদিবে সমর্থ আছে নকৰি প্রবন্ধ। ৩১১ অন্য ৰাজাগন কৈত কি কহিবো আৰ। ৰণত ঋজয় আমি সিষ্য দুৰ্বাৰ ৷ পাশুপত্র স্তু আমি ব্রহ্মাণ্ড নিশ্চয়। সংহৰিব পাৰে। আমি নাহিকে সংশয় । ৩১২ মৰ সম বলবন্ত পশুৰাম হয় । সিশুপাল মােৰ সম জানিবা নিশ্চয়। মােৰ সখা সিশুপাল মহাবলৱন্ত । স্বৰ্গকে। জিনিবে শক্ত গাপুনি হোৱ। ৩১৩ একনে দে সমে ইন্দ্ৰক নিশ্চয়। একলে জিনিব পাৰো নাহি পৰাজয়। জড়া নাম ৰাক্ষসীয়ে দুফাল জন্তাইনা। ৰণত দুর্বলী সিতে এতেকেসে ভৈলা ॥০১৪ হেন জড়াসন্ধক জিনিয়া দুয়ােভাই। অহঙ্কাৰ কৰে বেলে মােৰ সম নাই ॥ আপুন বুদ্ধিয়ে মাত্ৰ বীৰ বোলায় ! অনে তাক বীৰ বুলি কোনো মানয় ৷৷ ৩১৫ যদি আসে,বিবাহ কৰিবে সিতাে মনে। নিশ্চয়ে পাঠাইবে মই যমেৰ সদণে নন্দ বৈশ্য ঘৰে ভৈল গােৰক্ষ তাহাৰ । সাক্ষাতে ভালেক কৃয় গােপীকাৰ যাৰ ॥ ৩১৬ গােপালৰ উচ্চস্তক কৰ ভােজন। ক্ষত্রিয় জন্ম তাৰ ভৈলা কি কাৰণ । দেৱ যোগ্য ৰুক্মিনীক বিবাহ কৰাইবা। ভিক্ষুক দ্বিজৰ বাক্যে তুমি তাক দিবা। ৩১৭ Job