পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ কৃষৰ কান্তিয়ে দিন জানা বৈকুণ্ঠ। ৰাত্ৰী হয়ে প্ৰবেসিলে অন্তৰে গৃহত ১৩৫ মন্দিৰ বাহিৰে ভৈলে প্ৰকস কৰয়। মন্দিৰত প্ৰবেসিলে বেস নেহয়। হাতে দিন নিসা বৈকুণ্ঠ লোকত। কালতি এহিম জানা বৈকুণ্ঠত '১১৩৬ বৈকুণ্ঠৰ মতে জানিবাহ। গে!লোকত। পৰমাৰু কাশগতি হয়ে এহিম। চন্দ্ৰ সুলত গতি নাহি সাত পাতালত। তাৰ লেকে দিন নিদা জানে এহিমত॥১১৩৭ নগ সৰ্বস্ত সিথে মনি প্ৰকসয়। মনিৰ প্ৰকামে সবে দিনক বুঝায়॥ মনিৰ প্ৰাস নস ৰ |ত্ৰিত হেয়। এহিমত বত্ৰি ভাত বেয়ে। বুজয়। ১১৮ কিচো কান্তি পাকে মনি হাৱে ৰস্মিহিন। এহিতে ৰাত্ৰি বুজে বুনে সৈন্ধ্যা দিন 4 পৃথিবিত জেনমতে দণ্ডক বুঝায়। তমিৰ মানে জানে ত'ত দও চয় i১১৩৯ সেত্য তাদি চাৰি যুগে জত ব চয়। হাক বা নিস্ট কৰি সুনা মহসয় দে মনে দ্বদ হজাৰ মহা সয়। স্য গদি চৰি যুগে বৎসৰ নিশ্চয় ১১৪০ কষ্ট সতাধিক চৰি হাজাৰ নিছয়। দে যানে সত্যযুগে বৎসৰ নিৰ্ময়। স্য ৰ মানে জিৰা বৎসৰ সত্যৰ। ৪ ধিংস সহ অধিক সম্বংসৰ ১১১১ সপ্ত দশ লক্ষ সংক্ষ জানিবা বৎসৰ। মনুস্যৰ বাবে হয়ে ক্ষ। বিৰ বৰ। চয় সত অধিকজে হজৰ দু হয়। দেৱমনে ত্ৰেতাযুগে বৎসৰ নিয়॥১১৪২ হযুতৰ নৱ আৰু হাজাৰৰ চয়। শক্ষৰ দ্বাদসে হৱে ত্ৰেতাৰ সিগ্নয়। মনুস্য। মানে বষ কহিলে। ত্ৰেতা। দেৱমানে দ্বাপৰ সংক্ষা সুন; আৰ॥১১০ চাৰিস পিক গা হাজাৰ দুতৰ। দ্বাপৰ যুগৰ বৰ্ষ জানা মাসয়। চতুৰ্থ হ,জাৰ সমে অযুহৰ চয়। আঠলক্ষে দ্বাপৰৰ যুগৰ নিয়॥১১৪৪ মনুষাৰ মানে বৰ্ষ কৈ দ্বাৰৰ। কলিযুগে বৰ্ষা সংক্ষা শুনিয়ে দেৱৰ। দ্বিসত অধিক এক হাজাৰ নিশ্চয়। নেৰ মন কলিযুগে ২। নিয়।১৫৫ দ্বাত্ৰিংস হাৰ সমে ক্ষৰ চহৰ। মনুস্যৰ মনে কযুিগে বসাৰ। তিনি তাধিক ক্ষৰ কুৰিদয়। পিংতি জসিম চাৰিযুগ হয়। ১১৪৬ মনুস্যৰ মনে চলিযুগে ব চ। কালানি সবে আক কহিয়া হয়। তোমাৰ আগত কাল কাল চয়। মতি জানুনৰে তামি কহিলে। নিচয়॥১১৪৭ কৃযুৰ মুখৰ পৰা জেন কাল গতি। মোৰ আগত কৈলো সুমি। সম্প্ৰতি। কাল সংক্ষ। জ্ঞানি সৈনিয়। কষৰ সমিপে বাপ চালয়ে। নিচয়॥১১৪৮ ব্ৰহ্ম বৈবৰ্ত পদ মহা পুৰাণৰ। ৰাধ। উদ্বৱৰ কথা মহ। মনোহৰ। শ্ৰীকৃষ্ণৰ জন্ম খণ্ডে কালনিৰুপন। শুদ্ধভাৱে সুনি পাইবা বৈকুণ্ঠ ভৱন।১১৫৯ অনগতি নাই। কালৰে তৰণ এহি জানিবা উপাই। দ্বিজ বলে।}ামে বোলে ড় আনকাম। সংসাৰ তৰিৰ জেবে বেলা ৰাম ৰাম ১১৫০ কৃষ্ণুৰ চৰণ বিনে