সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬শ পাঠ—সম্বন্ধপদ ধনীৰ চাৰখন হেৰাল DO IFS MP ধনী শব্দটো বিশেষ্য পদ । কিন্তু এই বাক্যত 'ধনী' শব্দত ‘ব’এটা লগাত সি বিশেষ্যপদ হৈও বিশেষ্যৰ কাম নকৰি কেৱল চাদৱৰ লগত ধনীৰ সম্বন্ধহে দেখু- ৱাইছে । সেইদৰে :— FITIF (ক) ধনৰ মোল নুবুজা লোক টোকোনা হয় । (খ) ঈশ্বৰৰ নামে পাপ দূৰ কৰে । (গ) তোমাৰ আখৰবোৰ ভাল কৰিবা । (ঘ) বৰলোকৰ ব্ৰ সুবিধা । (ঙ) পিতা-মাতাৰ আদেশ সদায় পালন কৰিবা এইদৰে যাৰ সৈতে কোনো বস্তু বা প্ৰাণীৰ সম্বন্ধ থাকে তাক সম্বন্ধ পদ বোলে । বিশেষ্যপদৰ লগত এটা ‘ৰ’ যোগ কৰিলেই সম্বন্ধ পদ হয় । প্রশ্ন । 1 সম্বন্ধ পদবোৰ বাছা :-- ১। ঈশ্বৰৰ চৰণত মোৰ ভক্তি হক । ২। ধোবাৰ গাধই কাপোৰৰ বোজা বয় ।