এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
২৬শ পাঠ—সম্বন্ধপদ ধনীৰ চাদৰখন হোল ন ধনী শব্দটো বিশেষ্য পদ । কিন্তু এই বাক্যত ‘ধনী’ শব্দতা এবং এটা লগাত সি বিশেষ্যপদ হৈও বিশেষ্যৰ কাম নকৰি কেৱল চাদৰৰ লগত ধনৰ সম্বন্ধ হে দেখু— । সেইদৰে :— ৱাইছে (ক) ধনৰ মোল নুবুজা লোক টোকোনা হয় ৷ (খ) ঈশ্বৰৰ নামে পাপ দূৰ কৰে । (গ) তোমাৰ আখৰবোৰ ভাল কৰিবা । (ঘ) বৰলোকৰ ব্ল সুবিধা । (ঙ) পিতা-মাতাৰ আদেশ সদায় পালন কৰিবা এইদৰে যাৰ সৈতে কোনো বস্তু বা প্ৰাণীৰ সম্বন্ধ থাকে তাক সম্বন্ধ পদ বোলে । বিশেষ্যপদৰ লগত এটা ‘ৰ’ যোগ কৰিলেই সম্বন্ধ পদ হয় ৷ প্রশ্ন । সম্বন্ধপদবোৰ বাছা :- ১। ঈশ্বৰৰ চৰণত মোৰ ভক্তি হক। ২। ধোবাৰ গাধই কাপোৰৰ বোজা বয় ।