সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

36 শিপাৰে ৰস টানে ।” ব্যাকৰণ পাঠ । ‘টানে’ক সোধা—‘কিহে ?” উত্তৰ ওলাব ‘“গছে। এইদৰে ক্ৰিয়াক কোনে বা কিহে বুলি সুধিলে কাম কৰোঁতা কাৰকটো আগত আহি দেখা দিয়েহি আৰু সি নিজে কামটো কৰা বুজায় ; সেই কাৰণে এই কাৰক কৰ্ত্তাকাৰক বোলে। কৰ্ত্তাৰ অৰ্থ যি কৰে ৷ দিয়া । প্রশ্ন । (১) তুমি দু আষাৰ কথা কোৱা আৰু সিহঁতৰ কৰ্ত্তাটো বাছি (২) কৰ্ত্তাকাৰক কাক বোলে ? কৰ্ত্ত৷ বাছি উলিৱা :— (ক) হৰিয়ে খৰকৈ লিখিব পাৰে ৷ (খ) গৰু আমাৰ বৰ উপকাৰী জন্তু (গ) কুস্তি কৰিলে ৰল বাঢ়ে । (ঘ) নীতি-উপদেশ মনত ৰাখিবা । ৩। কৰ্ম্ম কৰিক:- তলত লিখা বাক্য কেইটাৰ “ধনীয়ে ধন উপার্জ্জন কৰিছে ।' ইয়াত ক্ৰিয়াৰ লগত সম্বন্ধ থকা পদ 'ধনী' আৰু ‘ধন'। ‘ধনী’টো কৰ্ত্তাকাৰক, 'ধনটো কি ? আমি ক্রিয়াক সুধি চাওঁচোন:--- ধনীয়ে কি উপাৰ্জন কৰিছে উত্তৰ আপুনি আহি ওলাৰ 'ধন'। সেইদৰে 'ৰামে ধান কাটিছে' ; ৰামটো কর্তা, ধান কি লোবাচোন ? ৰোমে কি কাটিছে ? তেতিয়া উত্তৰ হব ‘ধান” । এই