সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

७ ব্যাকৰণ পাঠ । ২। অনুরূপ শব্দ কেলুচুৱা ? তিনটা অনুরূপ শব্দ লগাই তিনি জাযাৰ কথা কোৱা | 10 তলত লিখা বাক্যবোৰৰপৰা অনুকাৰ অনুৰূপ আৰু উপশব্দ বোৰ বাছি উলিওৱা :- (ক) শিয়ালটোৱে থেক্‌ থেক্‌ কৰিছে ৷ (খ) কাপোড়-চাপোৰবোৰ ভালদৰে থোৱা । (গ) সেইজন মানুহক ধৰি নিলে । (ঘ) ঘৰি টং-টং কৰিছে, কাঁহত ঢং-ঢং কৰিছে, চকিদাৰৰ ডাক পৰিছে, ল'ৰা-তৰা লৰি গৈছে, শিক্ষকজনা আহিছে, তুমি নোখোৱা নে ?