এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বিশেষণ । ১৯ প্রশ্ন । ১। তলত লিখা বাক্যবোৰৰ পৰা বিশেষণবোৰ বাছি উলিওৱা— (ক) মিঠামুখীয়া মানুহ সকলোৰে প্রিয়পাত্র । (খ) বৰ তিতা-কেঁহা বস্তু খাবলৈ ভাল নহয় । (গ) ৰাম ভয়ানক চোৰ । (ঘ) ধনীহঁতৰ দুটা ঘোৰা হেৰাল । (ঙ) মোৰ নতুন চকিখন বেয়া । ২। বিশেষণ কেইবিধ ? তা বিশেষণীয় বিশেষণ কাক বোলে ? 81 কেনে পদক বিশেষণ পদ বোলে ? ৫। তলত লিখা বিশেষণ পদবোৰ লগাই একো আষাৰ কথা কোৱা :— ধেমেলীয়া, দুষ্ট, পেটুৱা, পনীয়া, ওখ, ফটা, দহনীয়া, আৰু ধনী । 100801