সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ-ৰচনা (১ম ভাগ).pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৭
ব্যাকৰণ আৰু ৰচনা

 ইয়াৰ মানুহবিলাকৰ আদৰ-সাদৰ, খুওৱা-ধুওৱা আৰু বয়-বন্তু সজোৱা-মেলা মনত-লগা। মানুহবিলাক পৰিশ্ৰমী, কোনোৱেই বহি নাথাকে।
 মোৰ গা ভাল। পৰম পূজনীয়া শ্ৰীযুক্তা মাতৃদেৱীক সেৱা জনালে৷; আপুনিও মোৰ সেৱা লব।

সেৱক 
শ্ৰী...................


[ শিৰোনামা।]


পৰম পুজনীয় শ্ৰীযুক্ত.............পিতৃদেৱৰ

শ্ৰীশ্ৰীচৰণ কমলেষু
আমলা পটি
নগাঁও

চাবলগ৷--১। চিঠিৰ ভাগ ছুটা_ গৰ্ভ আৰু শিৰোনাম। চিঠিৰ ভিতৰত লিখা কথাক “গৰ্ভ" বোলে। লেফেফাৰ বা কাৰ্ডৰ ওপৰত লিখা কথাক “শিৰোনামা” বোলে।
 ২। পূজনীয় লোক যেনে--বৰপিতা ( জেঠা ), খুড৷, (দদাই), ককাই (দাদা ) আদিলৈ, পিতালৈ লিখা পাঠকে লিখিব পাৰি।
 ৩। পুূজনীয়া স্ত্ৰী লোকলৈ লিখিবলৈ হলে “পিতালৈ” লিখ| পাঠকে লিখিব পাৰি কেবল “পূজনীয়”ৰ ঠাইত “পূজনীয়া” দিলে হয়।
প্ৰশ্ন- (১) ওপৰত লিখা পত্ৰখনৰ তলত আচ টনা শব্দবোৰৰ অন্ততঃ সাতটা শব্দ ব্যৱহাৰ কৰি তোমাৰ খুড়াদেৰলৈ এখন