সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ-ৰচনা (১ম ভাগ).pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭
ব্যাকৰণ আৰু ৰচনা

৯। দুটা সিংহ আৰু শিয়াল।

 চিত্ৰখনত কি কি দেখিছা? সিংহ দুটাই কি কৰিছে ? পহুটো কোনফালে লৰিছে ? নৈখন কোনফালে আছে ? নৈলৈ যোৱা বাটটো কোনফালৰপৰা কোনফালে গৈছে ?

 প্রশ্ন— তলত দিয়া শব্দ, আৰু কথা ব্যৱহাৰ চিত্ৰখনৰ বিষয় অলপ কথা লিখা :— ( গল্পৰদৰে হব লাগে । ) নৈ পাৰ, ডাঙৰ গছ, সিংহ, বাট, পহু, খাপ দি আছিল,