সমললৈ যাওক

পৃষ্ঠা:ব্যাকৰণ-ৰচনা (১ম ভাগ).pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ব্যাকৰণ আৰু ৰচনা

২য় প্ৰশ্ন।

 খালি ঠাইবোৰত সৰ্ব্বনামবোৰ বহুৱাঁ :—

 ১। ...এটা ঘৰী দিয়াঁ।
 ২। হৰিয়ে ... ভায়েকক স্নেহ কৰে।
 ৩। হৰি ... বিচাৰিছিল ।
 8। হৰি বাৰু ... গ'ল?
 ৫। হানিফ বাৰু ...?
 ৬। ... ...হাত দেখুৱা ।
 ৭। ...ঘৰলৈ গৈছে।
 ৮। ...পেনচিলডাল ... দিছিলে।।
 ৯। মণি ...গৈ... ৰণ কৰিছিল।
 ১০। ভবেনে ... বৰ ভাল পায়।
 ১১। কহিমালৈ গৈছিলোঁ, ... নাই।
 ১২। কিতাপখন মেজত থৈছিলোঁ, ... নিলে ?
 ১৩। ... বৰ দুষ্ট।
 ১৪। ... আনিলে... থলে, একো ঠিক নাই।
 ১৫ । ... তুমি ... যাবা ?


 *৮, ৯, ১৪, আৰু ১৫ নম্বৰ বাক্যত সৰ্ব্বনাম দুটাকৈ আছে।


৩য় প্ৰশ্ন।

 ১। বিশেষ্য আৰু সর্বনাম পদ থকা পাঁচটা বাক্য ৰচনা কৰা।