ar ব্যথাৰ Ba
ওচৰতে বহি প্রভাক মাতিলো | তেওঁ চকু নেমেলিলে, উত্তৰ৷ নিদিলে ৷ কিন্তু তেনে অবস্থাতো মাজে মাজে কিবা কিবি CH যেন পালে৷ ৷ সেইবোৰৰ অর্থ মই যেন বিচাৰি পাওঁ। মনটো বৰকৈ বেয়া লাগিল ৷ নবেনে কলে, “এতিয়া গা-পা ধুই খোৱা-লোৱা কৰাগৈ । অলপ টোপনীৰ ভাব আহিছে। ভালমতে সাৰ পালে তোমাক মাতি আনিম 1” মই মৰ্ম্মাহতৰ দৰে তাৰ পৰ। ওলাই এ eri) মনত বৰ অশান্তি বোধ হ'ল। এবাৰ বাহিৰলৈ scat মোৰ ঘৰটোৰ কথা মনত পাঁৰল। আজিও সেই ঘৰ তেনেদৰেই থকা দেখিলে৷ নবেনে ইয়তে৷ মেৰামত কৰি ৰাখিছে | ইচ্ছা হ’ল মোৰ কোঠালীটোলৈ যাঙঁ। সি মোক নিশ্চয় চিনি পাব | ভিতৰত বস্তুবোৰে মোক আকৌ পাই হয়তো আনন্দত উত্ৰাৱল হৈ উঠিব । প্রভাৰ লগত মোৰ শেষ মিলনৰ সেয়ে তাথ স্থান। এটি যেন তৃপ্তিৰ ভাব আছিল। এনেকৈ অজ্ঞাতে বর্তমানক পাহৰি অতীতত বুৰ গৈ আছে৷ | এনেতে AAT মাতে হঠাৎ awa ৰাজ্যলৈ ফিৰাই আনিলে | গাধুই খোৱা-লোৱা কবাৰ পিছত অলপ জিৰণি লৈছো | পুৰণি কথাবোৰ এটা এটা কৈ মনত পৰিছে । প্রভাক cam কৰিয়ে চিন্তাবোৰ গঢ়ি উঠে। প্রভাই যদি এই সংসাৰ এৰে | তাহানিৰ সেই ভামচ| কৰি কোৱা কথাষাৰ মনত পৰে | আজি যাঁদ সঁচাকৈয়ে সেই তামচাৰ কণা সত্যত পৰিণত হয় ! মনটো দমি যোৱাৰ লগতে এবাৰ ভাবে। বৰ বেয়াই বাকি