সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ স্থূৰ ৮৯

মোক চিঠি পোরা মাত্রেই যাবৰ কাৰণে লিখিছে | অপৰি- হাধ্য কাবণটোৰ কথা এইদৰে লিখিছে --“প্রভাই মাজে মাজে প্রলাপ বকে । নানা অসংলগ্ন কথাৰ মাজত তোমাক উল্লেখ কবি বহুতে| কথ! কয় । অলপ ভাল অৱস্থাত এদিন মোক বৰ কাতৰ অনুৰোধ কৰি কৈছিল, “এবাৰ অৰুণ ককাই- দেওক মোৰ ওচৰলৈ আনি দিয়ক ৷ নহলে মৰিবৰ আগতে হয়তে৷ আৰু দেখাকে নাপাম ৷” কালৰ পৰা আকৌ মোক দেখিলেই সোধে -“আহিল নে ককাই দেও ?” মই নিৰুপায় হৈ কওঁ, “চিত্ত৷ নকৰিব৷ দুই এদিনতে আহিপাব। তেওঁ চঞ্চল চিত্তে চকুযুৰি চলচলীয়া কৰি সোধে, “সঁচাকৈয়ে আণহব নে?” মোৰ উত্তৰত তেওঁৰ মুখত আশ আৰু আনন্দৰ বেখা সুস্পষ্ট হৈ উঠে । অকণ ! তুমি আহিবাই। তেওঁৰ বৰ্ত্তমান অৱস্থা আশঙ্কাজনক। wer দুৰ্ব্বল। Ta কোনো মুহর্ভতে হৃদ্যন্ত্ৰৰ ক্ৰিয়া বন্ধ তব পাৰে বুলি ডাক্টৰে কৈছে | gta শীনর্দয় নহবা | বোধকৰে। তুমি জীৱনত বৰ ভুল কবিা। সি যি হওক চিঠি পোরা মাত্ৰে আহিবা ৷” চিশঠখন পঢ়িয়ে মোৰ মনৰ অৱস্থা কিবা হৈ গ’ল । ধৈর্যা ধৰিব নোরাব। হলে | এঘণ্টামান পিছতেই এখন টেলিগ্রাম পালে।। তাত লিখা আছে, “প্রভাব অৱস্থা সঙ্ধটজনক, এতিয়াই আহ| ৷” এইখনো নবেনে দিছে । atta ভিতৰ ডোখৰ যেন দহিবলৈ afar) মোৰ দোষতে হয়তো তেওঁৰ আজি এনে অৱস্থা | তেওঁৰ প্রাণত ময়ে