৮৮ ব্যথাৰ Bz
atta নৰেনৰ পৰা এখন দীঘলীয়া চিঠি পালে৷ | সি মোক এবাৰ বৰ অনুৰোধ কৰি মাতিছে । fase ঘৰত যদিও নিজৰ বুলিবৰ কোনে৷ নাইকীয়| হৈছে, তথাপি তাৰ আহ্বানত মোৰ প্রাণ যেন আশীজ উত্ৰাধল হৈ উাঠল। পিছ মুহুৰ্ততে আকৌ এটি বিষাদৰ হাহিয়ে মনত প্রশ্ন তুলিলে__কিয় এনে হয় ? জীৱনৰ এই বিক্ততাব, প্রাণৰ এনে অনাশক্তিৰ কাৰণ কি ? হয়তো ইয়ো এক দায়িত্ব- হীনতা জনিত চঞ্চলতাই ৷ নবেনে মোক বহুতো উপদেশ দি লিখিছে, বিয়া কৰাই, সংসাৰ পাতি, এটি আদর্শলৈ সমাজ বা দেশ সেৱাত লাগিলেই প্রাণত তৃপ্তি পোর! যাব। তাৰ কথাবোৰ সাৰুৱা, সন্দেহ নাই ) তাৰ শীপছত সি আকৌ প্রভাৰ কথাও লিখিছে ৷ তেও বাপেক-মাকৰ ঘৰলৈ আহি জ্বৰত পৰিছে | সম্নিপাতৰ লক্ষণ ৷ অৱস্থা দিনক- দিনে বেয়াৰ ফালে গৈছে যেন বোধ হৈছে ৷ সি আজি- কালি তেওঁলোকৰ তালৈ সদায় যায়। মোৰ কথা তেওঁ- লোকে বোলে বৰ আগ্রহেবে সোধে । সি মোৰ সকলো! কথাকে কয়, মাত্র কিয় যে হঠাৎ মোব মনৰ অবস্থ! এনে হ'ল তাকেহে Ta কব নোৱাৰে ঝুলি sai পিছত নে কি সকলোৱে সিদ্ধান্ত কৰে যে মোৰ পাহৰিব নোৱাৰা শোক তাপে মনৰ অৱস্থা এনে কৰিছে । লগতে আক ইয়াকো নৰেনৰ চিঠিৰ পৰাই জন। গৈছে যে তেওঁলোকৰ বৰ ইচ্ছা, মই এবাৰ তেওঁলোকৰ তালৈ যাওঁ । অৱশেষত দি
স্বৰ