৮৮ ব্যথাৰ সুৰ
প্রচণ্ড Gai এয়ে মোৰ প্রভা! ইমান gua! এনে সৌন্দর্য্য প্রকৃতিৰ স্থপ্টিত যেন আৰু ক’তো নাই । মোৰ প্রাণৰ প্রভাক কোন নির্দয়ে মোৰ বুকৰ মাজৰ পৰা কাঢ়ি নিলে মই যেন তাক ক্ষমা কৰিব নোৱাৰে।। নহয়, মোৰে ভুল। প্রভাৰ ওচৰত মই যেন ক্ষমা খুজিম এই ভাবে মনটো আকুল কৰি তুলিলে। ময়ে| আবেগত মাত দিলে, “ater”
- তেওঁ মূৰ দাঙি মোৰ মুখৰ ফালে চালে! মই আক একো
কব নোবাবিলৌ। এনেতে ভদ্ৰলোক জনে ( বোধকৰো প্রভাৰ শীগবীয়েক ) feat গৈয়ে তেওঁক লগত নেদেখি Ten দি ফিৰি চালে। wae wal, “তেখেতে তোমাক বখিছে হবলা |” তেওঁ চকুযুৰি মচি বেদনাৰ Gas কৈ গ’ল, “মোক ক্ষমা কাবব, ককাই দেও। মোক নুবুজিয়ে ইমান শাস্তি দিলে।” কথাকেইষাৰ কৈয়ে ককণভাবে মোৰ ফালে চাই অলপ পৰ ৰৈ জাহাজৰ Poca খোজ ললে। তেওঁৰ কথাত যেন এটি মহাসত্য প্রকাশ হৈ পৰিল। মই অন্তৰত তীব্ৰঘালা অনুভৱ কৰিলে! ৷ নিজকে ক্ষম| কৰিব নোৱাৰ। হলো | হিয়া যেন মোৰ ভাগি যায়। নিজৰ ভুলতে প্ৰাণৰ প্রতিমাক নিজ হাতে বিসৰ্জ্জন Pasi: তেওঁৰ কথাৰ Seas মাত্র কলে, “মোক ক্ষম| কৰিবা প্রভা!” আক caPs কবৰ সময় আৰু সুযোগ নহ’ল। ইফালে মোৰ মনৰ অবস্থা বলীয়াবদবে, সিফালে প্রভাৰ গিৰীয়েক ওচৰতে তেওঁৰ বাবে ৰৈ আছে ৷ প্রভা যে আজ আৰু মোৰ নহয় এই faba