সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮২ ব্যথাৰ সুৰ

পীড়া দিয়ে। শেষ সদ্ধান্ত Tara নহ’ক, দুখ কৰিবৰ ats অৱকাশ ওলায় | চিত্তৰ অস্থিৰতাতকৈ দুখ বা বেদনাৰ ক্লেশ কিছু কম যেন লাগে | কিছুদিন পিছত নৰেনৰ চিঠিৰ পৰা ক্মানিব পাৰিলে| প্রভাৰ বিয়া হৈ গ’ল ৷ সি বোলে 1সদিনা মোৰ বাবে বৰকৈ অনুভৱ কৰিছিল । তাৰ সহানুভূতিপৃণ চঠিখ'নয়ে ননটো কৰুণ কৰি তুলিলে ৷ আকৌ যেন মনত পুৰণি ঘাৰ বিষ অন্ুভৱ কৰো | অন্তৰৰ ব্যথা মানুহৰ একেবাৰে একোতে লোপ নাপায় । চিন্তাৰ হেঁচাত তল পৰি থাকে মাথোন ৷ শীষয়ে ave অকৃত্রিম বন্ধুৰ সহানুভূতিস্থচক কথাখিনি বৰ ভাল লাগে | পৃথিবীত বন্ধুত্বৰ প্রকৃত মূল্য এইখিনিতে বোধ কৰে ৷

আকৌ প্রভাব কথা মনলৈ আহে ৷ তেওঁনো এনে কৈয়ে পাহৰি গ'ল নে ? ইমান দিনৰ ভাল- পোরাব চিন চাব তেওঁৰ অন্থৰৰ পৰা লীন যোৱা জানে| স্বাভাৱিক? তেৱৌতো মানুহ, তেওবোতো অনুভূতি আছে । একোবাৰ ভাবে, জানোবা অব্যক্ত বেদনা লৈয়ে তেৱে জীৱন কটাব লগীয়া হৈছে । প্রাণটো যেন অস্থিব হৈ উঠে । ga বেদনাৰ মাজেদি তেওঁ জীৱনটো কটাব, এইটে! যেন জহ্য নহয়। মোৰ অন্তবৰ পবা তেওঁ মচা নাযায় ৷ ভাবষ্যৎ গ'ল, যাওক বাৰু । মোক ভবিষ্যৎ নালাগে | কাৰণ, বর্তমানে মোৰপক্ষেই নিৰৰ্থক | অতীতক মই দলিয়াই পেলাব নোরাৰো। তেওঁ যে মোক এসময়ত তেওঁৰ

|