সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ Bs ৮৭

নিৰাশ আৰু ভগ্ন হৃদয়লৈ মোৰপক্ষে তালৈ যোৱা আৰু BABI । এলাহাবাদত পঢ়াকে Poe কাঁৰলে৷ ৷ অহাৰ সময়ৰ প্রভাব সেই আকুল কৰুণতাই মোক যেন এতিয়া আহ্বান নকৰে ৷ দেউতাকলৈ এটি যুক্তিপূৰ্ণ উত্তৰ দিয়া দৰকাৰ | zafseta পিহত মুঠকথ| হিচাবে এইখিনিকে লিখা হ'ল ... “কেইদিনমানৰ পৰা মোৰ গা ভাল নহয় । মনো বেরা লাগি আছে । বৰ ছুর্র্বল যেন লাগিছে | যাব পাবিলে এই সময়ত অৱশ্যে আপোনালোকক পবাখিনি নিশ্চয় সহায় কৰিব পাৰিলেহেঁতেন আৰু কৰাটো মোৰ কর্তব্য আছিল | Tea এনে অৱস্থাত যোৱা সম্ভৱ নহব যেন পাওঁ । ইয়াৰ ভিতৰত a1 ভাল পালে বিয়ালৈ যাবৰ ইচ্ছা আছে মোৰ বোধ কৰে৷ আৰ সেই কলেজত পঢ়া নহব । এলাহাবাদ বা বেনাবছত বিশেষ স্ুবিধ| পোৱাৰ আশ| আছে । পালে ইয়াৰে এঠাইত নাম লগাম” এইদৰে ঠিক-বেঠিকৰ মাজতে যোৱাৰ কথা গোলমালয়াকৈ বাখ চিঠি দিলে৷ ৷ তাবে কেইদিনমানৰ পিছত এলাহা- বাদলৈ আহি কলেজত নাম লগালে৷ ৷ ইয়াৰ ভিতৰত আগ্ৰাৰ ঠিকনালৈ বিয়াৰ নিমন্ত্রণী বা অইন কোনো চিঠি আহিছিল নে নাই নাজানেঁ৷ । জানববো স্পৃহা একো নাৰাখিলে 1 |

এটা শেষ সদ্ধান্তত অহাৰ পৰাই মনটো অলপ পাতলিল । সকলো কথাৰে অমীমাংসিত অৱস্থাই মনক বৰ