ব্যথাৰ সুৰ। ৭৭
হিত বেদনাই Toa অলপ সমবেদনাৰ ateal মনত দান কৰিব পাবেই। বদ্ধটো তাতে কটাই কলেজ খোলাৰ লগে লগে এলাহাবাদলৈ ঠিক কাৰলে।। প্রভাব কাৰণে মনটো ব্যাকুল হৈ আছে ৷ মান-আ'ভনান নাথাকিলে যে ভাল পোৱাৰ মূল্য নাবাঢ়ে এই সত্যটে৷ মোৰ পাহৰ৷ উচিত নাছিল। এলাহাবাদত পঢ়া কথাটে| আকৌ ভাবি চাব ধৰিলে| । ইয়াৰ ভিতৰতে প্রভাব দেউতাকলৈ এখন চিঠি প'লখিলো। আগ্ৰাৰ ঠিকনাদি। ইয়াত এমাহমান থাকিম বুলি লিখা হ’ল। তেওঁলোক সকলোটিবে কুশল সংবাদ খুজি পঠালে'।। মনত প্রধান আশা, প্রভাই নিজৰ ভুল সঁচাকৈয়ে যদি বুজিছে তেনেহলে মোৰ অভাৱ নিশ্চয় অন্ুভর নকৰি থকা নাই, আৰু তেতিয়াহলে তেওঁ চিঠি দিবলৈ এই সুযোগ গ্রহণ নকীৰ নাখাকে | তেওঁৰ আহ্বান আহিলে এলাহাবাদত পঢ়া নইবও পাবে | তেওঁৰ শেষ দৃষ্টিয়ে মোৰ মনৰ পৰিবৰ্ত্তন ঘটাইছে। অকল মোৰ কথাই বা কিয়, একোটি কৰুণ দৃঠটিয়ে পৃথিবীৰ বগুত পৰিবৰ্তন সাধিব পাৰে ।
দহদিনমানৰ মূৰত যি এখন চিঠি পালে| তাৰ আখৰ ‘দেখিয়ে মনৰ উৎসাহ টুটি আহিল। Tac নহ’ক মনক প্রবোধ মনালে| হয়তো ছুই এঁদন পলমেও প্রভাই লিখিব পাৰে ৷ অনিচ্ছাৰ সৈতেই চিঠিখন পঢ়িলে" 1 ato tee পঢ়োতে মূৰটো যেন জিন্জিনাই val এটা ক্ষুব্ধ ভাবে মনত অশান্তিৰ স্থাষ্ট কৰিলে। তেওঁলোকৰ সকলোৰে ভাল,