de ব্যথাৰ সুব। এনে অবভ্ঞান্চক আচবণত মনত বৰ আঘাতেই পাইছে হয়তো থিয় দি তেওঁৰ কালে চালৌ। তেওঁ ৰুমাল খনেবে চকু ছুটা মাচ তলমুরা হ'ল। এনেতে তেওঁলোকৰ ঘৰৰ, পৰা কোনেবা এজন ওলাই আহিল । এনেই বাণহবত তেনেদৰে থিয়দি থকা বেয়া দেখ, তাতে সময়ো কম | ate ছুখীজকৈ আগবাঢ়িলো। কিন্তু মনে যেন নামানে । তেওঁৰ কৰুণ চকুষুৰিৰ আকর্ষণে মোৰ মন ব্যাকুল কৰি তুললে । মনে তেওঁৰ ওচৰলৈ উলটি যাব খোজে । ভাবিলো, ভুল হ’ল মোৰেই । তেওঁ হয়তো লাজতে মাতিব পৰা নাই। বিদায় পৰৰ আদৰৰ মাত এষাৰিয়ে নিশ্চয় তেওঁৰ অভিমান আতবাব পাৰিলেহেঁতেন । যিয়ে নহ'ক, প্রভা অবলা নাৰী মাথোন! মই পুৰুষ, ক্ষমতাশালী পুৰুষ । অবলা নাৰীৰ এট অভিমানকো মই ক্ষম৷ কৰিব নোৱ|- বিলো। নিজৰ ওপৰত Pesta আহিল। আকৌ তাৰে পৰাই এবাৰ উভতি চালে ৷ তেওঁ তেনেদৰেই থিয় Pa আছে! বুকুখন: মোৰ শিল যেন গধুৰ হৈ আহিবলৈ ধৰিলে। তেতিয়া আৰু যেন আগবাঢ়িব নোৱাৰা হপো। তথাপিও গৈয়ে থাকিলো| যন্ত্ৰৰ দবে_ কর্তবাৰ আহ্বানতে, নে পগুৰুষদ্নৰ দৃঢ়তাতে একো কব নোৱাৰিলে।। (৪)
বেনাবছত দুদিনমান থাক একেবাৰে আগ্রা বুলি যাত্ৰা
কৰিলৌ | মনৰ এই অৱস্থাত জানোবা তাজ্জমহলৰ অন্তার্ন-