BAT স্থব। OF)
ক্ষস্তেকতে নাইকীয়া কৰি দিলে। মই প্রকুতিস্থ হৈ দেখবলৈ পালে| মোৰ গালৰ ওপৰেদি দুধাৰ চকুলো বৈ পৰিছে। পঢ়িবলৈ লোৱা কিতাপ খন অনাদৰত বাগৰ খাই পৰি আছে। আপোনা আপুনি এটা দীঘল হুমুনিয়াহ ওলাই আহিল ।
এনেকৈয়ে যাবলৈ ধৰে জীৱনৰ দিনবোৰ ৷ শতচেষ্টা কৰিও ata মনৰ পবা প্রভাক আঁতৰ কবিব নোরাবলে || এই পুথিবীত ঘি কোনে বস্তুকে চকুৰ আগৰ পৰা আঁতৰ wal যিমান সহজ, মনৰ ate কব| সিমান নহয়। ভাবলে, তেওঁৰ ওচৰত থাকিলে তেওঁৰ চিন্তাৰ পৰা অব্যাহতি পোৱা টান হব ৷ সেই কাৰণে ইয়াৰ পৰা আঁতৰ হবলৈকে স্থিৰ কাঁবলো 1 মোৰতে৷ আৰু এনে কোনো কর্তবা বা আকর্ষণ নাই যাৰ বাবে মই ইয়াত থাণীকবই লাগিব৷ ভাল পোৱাৰ প্রতিদান Tastes যেতিয়া পোর। যায় অবজ্ঞা, ব্যথত৷, তেতিয়া মনলৈ এনে এবিধ শূন্যতা আহে Ta জীৱনৰ সকলো কথাকে, সকলো স্পৃহাকে অর্থহীন কৰি coma মল্যহশীন জীৱনটো লৈ তোঁতয়। অনাই-বনাই ফুবিবলৈয়ে ভাল atl হয় ।
দুৰ প্রদেশৰ কেনো কলেজত পাঁঢম বুলি ঠিক কাৰ কলেজৰ পৰ| ছার্টিফিকেটখন ললো। ৷ মোৰ সহধ্যায়ী নৰেণক কিন্তু কথাটে। নোকোৱাকৈ নাথাকিলে | Ta মোৰ পৰম বন্ধু । মোৰ জীৱনৰ আতিগুবি সি বহুতীখনি পায় | সি প্রথমতে হাক দিলেও মোৰ মনৰ অবস্থা দেখি সন্মতি নিদি-