সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ Rall ৭১

তেওঁলোকৰ তালৈ আক নাযামেই, ঠিক কৰিলে । কিন্তু তেওঁৰ মাক-বাপেকৰ অকুত্রিম মবম চেনেহ উপেক্ষা কৰ জানে| অকৃতজ্ঞতাৰ কাম নহব ? একেবাৰে যোরা বন্ধ কব৷ নহ’ল। মাজে মাজে গৈ পলম নকৰাকৈয়ে আহিবলৈ ধৰিলে | হয়তো তেওঁলোকে ভাবে -ভাল ল’ৰ৷, পৰীক্ষাৰ বাবে ব্যস্ত ৷ কিন্তু এই মনোযোগৰ বহস্তা ক’ত তাক জানিব পৰীক্ষাই | আন যিজ্রনাই এই বহস্তব গম পায় তেওঁ কিন্তু দেখাকে Pata | মই গ'লে কিবা কামত ব্যস্ত দেখুৱাই খোঁটালীৰ পৰাই নোলায়।

আজি কালি এঘাৰ বজাৰ আগতে সেই গাড়ী খন আহে । এতিয়া মোৰ কিন্তু খিড়িকীমুখলৈ যাবৰ আক অৱসৰ নাই | ভালে নালাগে সেই চেষ্ট৷৷ এইলৈ অৱশ্যে গাড়ীৰ ভিতৰত নতুন তথ্য আশীব্ধাবৰ চেষ্টা হয় নে নহয় আৰু হাহি-ঠাট্টা আগৰ দৰে চলেনে নচলে, তাৰ গম মই আক নাপাও। এইদৰে প্রায় এমাহ পাৰ Val পৰণক্ষাও শেষ হ’ল। প্রমোচনে৷ হৈ গ’ল। কলেজো বন্ধ হবৰ Va! এতিয়াহে মোৰ কাম-বন নোহোৱ| মনটো অস্থিৰ হৈ উঠিব, আশঙ্কা হ'ল | হাহিম নে কান্দিম, ইয়াতে থাকিম নে ক’ৰবালৈ যাম, একো ঠিক কৰিব catatal হলে।। ইমান দিনেও মনৰ গধুৰ বোজাটো পাতলি ava! মন ব্যণীথত, Fa, চঞ্চল কবি তোলা সেই ভাববোৰ এতিয়াও মনলৈ আহিয়ে থাকে | মনটো মোৰ আত দুৰ্ব্বল কৰি তোলে ৷ তোঁতয়া আত্মগ্লানি আহে। একো একো