সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৮ বাথাৰ সুৰ।

কলেজৰ কথা পাহবিয়ে গৈছিলে? । হঠাৎ ছোৱালী স্কুলৰ মট্ৰখনৰ শব্দত গাত তত আহিল ৷ সেইখন মটৰতে প্রভাও স্কুললৈ যায় । সদায় দিয়াৰ দৰে খিড়িকীৰ মুখত Pea দিলেগৈ | প্রত্যেক শীদনে প্রভাই গাড়ীৰ পৰা নীৰৱ ইদুতত মোৰ পবা বিদায় ay | মটৰ আঁতৰি যোৱাৰ লগে লগে তেওঁৰ হাহিও মাৰ যায়। লগৰ বান্ধবীহঁতে আমাৰ ইদ্গিত বোধ কৰে! বুজি পায়। তেওঁক সেইলৈ ঠাট্টাও কৰে যেন পাওঁ | এদিন গধূলি প্রভাই মোক কয়, *গাপুনি THe তাতে থিয় দিব লাগে কয় ?”

“লিগবীবোবে তোমাকলৈ ধেমালি কৰে হবলা ? মনে মনে জানো ভাল নোপোৱা ?” মই কওঁ ৷

“মই কিন্তু আজিব পৰা| মটবত সিমুৱা হৈ বঠিম ৷” তেওঁ অভিমানেৰে কয় ৷ কিন্তু কোনো শীদনেই তেওঁৰ প্রতিজ্ঞা বক্ষা কৰা দেখা নগ’ল।

মই আজিও আগৰ ঠাইতে থিয় দিলো। আজি অলপ বিশেষত্ব থকা যেন বোধ কৰিলে | দেখিলে! আগৰ প্রতিজ্ঞা প্রভাই আজি হঠাৎ আখৰে আখৰে পালন কৰিছে | মন- টোত যেন কোনোবাই ঘাহে বহুৱালে | কোনোমতে তাৰ পৰা গৈ ব্ছিনাত বাগৰ খাই পৰিলে | এনেকুৱা জীৱনত বিছনাখনে শেষসম্বল। অতি আপোন। কেনে যেন লাগিল কবই নোৱাৰে ৷ ক্ষণিক আগৰ সকলো স্থখখ সপোন ভাঙি চুৰমাৰ হ’ল। সিদিনা আৰু কলেজলৈ যোৱা নহ’ল ।