৬৬ ব্যথাৰ Bz)
প্রতি মোৰ প্রাণৰ টান বাঢ়ি গ’ল ৷ প্রভাৰ বস্তুবোৰে৷ মোৰ মৰমৰ হৈ উঠিল । এনেকৈয়ে জীৱনৰ ধী'দনবোৰ গৈ আছিল ৷ এনেকৈয়ে fed এক অনিশ্চিত ভবিষ্যতৰ সপোনত নির্মম অতীতক পাহৰি আছিলে |
Taftal ৰাতি ভাল টোপনি নাহিল । সেই একেটা চিন্তা ) তেওঁৰ মনত এনেকৈ আঘাত দিয়া কোনো মতে মোৰ পক্ষে ভাল কথা হোৱা৷ নাই । ছোৱালী হলেই যে ফি কোনো পুকষক ভাল পাব লাগিব তাৰ কোনে। অর্থ নাই। মোৰ ATS প্রভাব প্রকৃত আকর্ষণতো নাথাকিবও পাবে ৷ মনৰ স্বাভাৱিক প্রীতি বা সক-সুবা অনুভূণ্তি অথবা সহানুভূত্ৰি ahaa লৈ নাৰীত্বৰ অবমাননা কোনো মতে সমর্থন যোগ্য হব নোরাবে | চাহটুীপ খাই পাঁটবলৈ চেষ্টা কৰিলো পঢ়া আৰু নহ'ল | একোতে পঢ়াত মন বহুৱাব নোরাবিলে1। মন মোৰ সেই একেটা চিন্তালৈয়ে UB ধিক্কাৰ আহিল, কেলেই মনৰ ইমান দুর্বলতা! ইমান ভাবিব লগাই বা ক আছে? সত্য ঘি তাৰ লবচৰ নাই Ta পচৰ্স্থিৰ, চিৰ স্মুন্দৰ। এটি আলিঙ্গন--ইয়ো জানো প্ৰেমৰ পৱিত্ৰ প্রকাশ নহয়? তেওঁ যুৱতী, মই যুৱক ৷ ছুয়োৰো ভাবৰ ইমান আদান প্রদানৰ পিছত মই জানে| তেওঁক ভাল পোৱা স্বাভারক নহয় ? cord tote মোৰ অন্তৰৰ ভাষা বুজে | তেনে অৱস্থাতো তেওঁ যদি আজি মোৰ হিয়াৰ পৰশৰ অর্থ নুবুজ| হয়, যদি বেঞ্গাৰ