সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৪ ব্যথাৰ স্থৰ।

(২)

চহৰৰ এচুকত প্রভাহঁতৰ ঘৰ। তাৰেই নিচেই ওচৰতে মোৰ মবমব পঁজাটি। ই যেন গছ-লত!, ফল-ফুল শোভিত এটি আশ্রমহে। অকলে থাকৌ। গাওঁৰ পৰ৷ অনা চাকবৰ লৰাটোৱে মোৰ আলপৈচান ধৰে আৰু দৰকাৰী কাম- খিনি কৰে। সি থাকে, তথাপি মই অকলশৰীয়া। কাবণ, সিতো অন্তবব লগ হব নোৱাৰে। কিতাপবোৰ লগতে থাকে | সিহঁতৰ অর্থপূর্ণ নীৰৱ ভাবা আছে, কিন্তু, অনুভূতি নাই। আমাক পৰৰ অনুভূতি খিনিও লাগে । বতাহত গছৰ পাতবোৰৰ মাজত এটা অস্পষ্ট শব্দ উঠে ৷ এটা চৰায়ে মাতদি ক’ৰবালৈ উৰি গুছি যায়। মোৰ মনটোে| উদাস হয়। কিতাপ এৰি কৱিতা| লেখিবলৈ ধৰে৷ | কেতিয়াব| গীতৰ gq টানে! | এনেকৈয়ে চঞ্চল অতৃপ্তিৰ মাজে দিয়ে জীৱনৰ দ্রিনবোব গৈ থাকে |

মোৰ আপোন বুলিবৰ কোনো নাই | আই, বোপাই, ভাই-ভনী সকলো! ঢুকুরাত গাওঁ এৰি চহৰৰ এই ঠাই খিনিতে কোনোমতে আশ্রয়. লৈছে৷ | টকাৰ অনাটনত পাঁবব লগা হোৱা নাই । সেইবাবে পিতৃ স্মৃতিত শ্রদ্ধা আক ভক্তি ওপজে। ভাই-ভনীবোৰ আক আইতাৰ কথা মনত পৰিলে মনটে। Tea কিবি লাগে । একোকে ভাল নলগা হয় | নিজ্জনতাৰ গাত শোকৰ চিন দেখিবলৈ পাওঁ। মাজে সময়ে প্রভাহঁতৰ ঘৰলৈ গৈ মনটে। পাতলাই আহেঁ| । ক্রমে