সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাব সুব। ৫৯

প্রভা শিক্ষিতা ছোৱালী 1 বিদ্যা আক বয়সৰ গুণত মোৰ ৰহস্য পুর্ণ ইঙ্গিতবোৰ তেওঁ ভালকৈয়ে বুজে । উত্তৰত কেতিয়াবা তেওঁ মোৰ চিত্তত জাগবণ তোলে, কেতিয়াবা মাত্র হাহে। সেইহাহিব ভিতৰত মই বিচাৰি পাওঁ এটি প্রাণৰ পৰশ ৷ কেতিয়াবা মোক মন মাৰি থক! দেখিলে তেওঁ সোধে, “ককাই দেউ, কি বাবে বেজাৰ কবিছে ?” মহা- কৱি বার্ডচব্রার্থৰ প্রাণপ্ৰিয়৷ ‘লুছি’ব ঠাইত প্রভা নামটো বহুৱাই মই কৈ উঠো, “O mercy ! if Prabha should be dead!” তেওঁ wife কয়, “Te 92 আপুনি 1” “প্রভাৰ কথা ভাবিলেই মানুহ দুষ্ট হয় নোৌক ?” মই কওঁ । এনেকৈয়ে চল থাকে আমাৰ দায়িত্বহীন জীৱনৰ ৰঙীন শীদনবোৰ | এনেকৈয়ে আমাৰ প্রথম যৌৱনৰ ৰসসিক্ত মুহূৰ্ত্তবোৰে তৰল আনন্দত সার্থকতা লাভ কৰে । ভবিষ্যতৰ কথ! তেতিয়া একে| ভাশববলৈ ইচ্ছ| নাযায়। জীৱনৰ গভী- ৰতাৰ ফালে BATRA নকবো ৷

আজ gPacal তেওঁলোকৰ ঘৰলৈ যোরা ন|ই। গতিকে মোৰ ওচবলৈ তেওঁ অহাত বিশেষ ভাবব্ব একো নাই | অৱশ্যে অকলে অকলে অহাটো কিছু অস্বাভাৱিক যদিও | Tes যি সদায় স্বাভাৱিক নহয় সিওতো সময়ে সময়ে ঘটে। যি হওক, প্রভা আজি অকলেই আগীহ উপস্থিত হৈছে ।

fasgawia মাজেদি aida সঙ্গাবোৰক একান্তভাবে পাবৰ ইচ্ছা যায় হবলা ! মোৰ প্রাণত এক আকুলতা জাগি উঠে।