সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ সুৰ | ৫১

দিয়াই ভাল |” এই বুলি কৈ তেওঁলোকৰ এজনকে থানালৈ পঠালে |

পবীন বৰ অধীৰ হৈ উঠিল, পুৰোহিত নোপোৱা সমস্যাব পৰাই তাইৰ মন যে বিষাদময় হৈ আহিছিল সেই কথা৷ তাৰ মনত পবিল। আজি কেইদিনমানৰ পৰাই তাইৰ মুখত হাতি মাত নাছিল | কালিৰ ঘটনাটোৱে চৰম পৰিণতি ৷ সেইকথাটোৱে তাৰ মনত বাৰে বাৰে আঘাত দিবগৈ ধৰিলে ৷ তাৰ প্রতি অগাধ ভাল পোৱাই হয়তো তাইৰ মুত্যুৰ কাৰণ হ'ল। চিভিল ম্যাবেজত তাই কোনোমতে মান্তি eta নাছিল । সামাঞ্জিক মতে বিয়া হোরাব আশ! নেদেখি তাই নিভৰ জীবনকে শেষ কৰি দিলে, তাব মনত এনে ভার হ'ল। আকিঙব কথাটো তাৰ মনত পৰিল । এদিনাখন এজন যাত্ৰীক কিবা কাৰণত খানাতালাচ কৰোতে আধাতোলা আফিং পাইছিল । সেই ধিনি কাঢ়ি ৰাখি অকণাকে থব দিছিল ৷ সেয়ে তাইৰ মবনান্থ Sal এই কথা ভাবি সি মনত আক ব্যথা পালে Bata আশা আকাশ্খাৰ এই কৰুণ পৰিণতিত তাৰ অন্তৰখন হাহাকাৰ কৰি উঠল |

এঘন্টামান পিছত দাৰোগ| আহি তদন্ত শেষ কবি মৰা শটো পুতি থবৰ নির্দেশ দিলে ।

শ্মশানৰ কাম শেষ কৰি পবীন যেতিয়া ঘৰলৈ আহিল তাৰ ভৰি gta যেন আঞগুৱাই নচলে | কোন প্রাণেনো সি সেই শূন্য ঘবত সোমাব? ঘৰখনৰ বিৰাট