৫০ ব্যথাৰ BW!
মজিয়াত এখন পাট্ৰ ওপৰত অকণা দীঘল হৈ পৰি আছে। মুখত মাত বোল নাই, দেহত প্রাণৰ স্পন্দন নাই। মুখেৰে কিছুমান ফেন ওলাইছে ৷ চাৰিওফালে মাখিবোবে ভনভনাই ফুখিছে, কিছুমান চকুৱে মুখে পৰিছে | কাষত স্থানীয় মানুহ পাঁচজনমান গোট খাইছেহি। সকলোৱে বিষাদ মনেৰে তাইৰ বিষয়ে কোৱামিল| কৰিছে |
সি তাইৰ কাষত বহি, গাত ধৰি “অৰু, অক” বলি মাতিব ধৰিলে । কোনো উত্তৰ নাপালে | প্রাণৰ কোনো এটি লক্ষণ দেহৰ মাজেদি ফুটি নোলাল | ফুটন্ত ফুল পাহি যেন লেবোল পৰি আছে। তেনেহলে আক মবিলেই নে? কিয় মবিল ! কেনেকৈ afer? ভাবি, সি অস্থিৰ হৈ পৰিল । তাৰ অন্তৰ খন যেন ভাঙি চুৰমাৰ হৈ গ'ল | উদাস ভাৱে সি এবাৰ চাৰিওফালে চালে । তাৰ মনোভাৱ বুজি পাই ওচৰতে বহি থকা এজনে কলে, “প্রায় আধা ঘণ্টামান আগতে পাটমেনে গৈ আমাক মাতি আনিলে । আমিও আহি Toe এই অৱস্থাতে লগ পাইছে৷ । Te দুখত যে এনেকৈ মৰিল ভাবিয়ে নাপাওঁ ৷ কিবাকৈ আফিং জোগাৰ কৰছিল হবলা, সেই আফিং খায়ে আত্মহত্যা কৰিলে ৷ হাততে| আফিঙৰ গোন্ধ পোৱা যায়, যুখতো অলপ লাগ আছে । বৰ দুখ লগা ঘটনা, পিছে, আপুনি সিমান আস্থিৰ নহব | যি হবৰতো হলেই, সেইলৈ ভাৱি থাকি একো লাভ নাই । এতিয়া বাতি হৈ আহিছে সোনকালে পুলিচক খবৰ