৪৮ ব্যথাৰ Az!
তাই তেতিয়াহে আচল কথাটে। বুজি পালে । তহি কাবৌ কৰি, Faigle কতে। মতে চেষ্টা কৰিলে তথাপি Pa খাবলৈ নগ'ল । উপায়হীন হৈ তায়ো নোখোৱা নোলো- alte বিছনাত পৰিল গৈ। মনত বব অনুতাপ আহিল । তাইৰ কাৰণেই সি ইমান লবি ফুবিছে। এনে কঠোৰভাৱে -কথা শুনোৱা তাইৰ পক্ষে The cota নাই। সিয়েতে| তাইৰ জীৱনৰ FRA! সিয়েতো তাইৰ অন্তবখন আগুৰি ‘আছে। তাৰ বাহিৰে তাইতো আৰু আনক তাইৰ প্রাণত ঠাই দিব নোরাবে। ata সেইটোৱে হয়, তেনেহলে অতি সোনকালে কিবা «oi কৰিব লগীয়া হৈছে, তাই ভাবে। কিন্তু শাস্ত্ৰ বা ধৰ্ম্মমতে বিয়া নহলে -তাইনো কেনেকৈ
৪ $
তাৰ পত্রী হয়। ভাইৰ মনে কোনোমতে নামানে | তাই =
ভাবি ভাবি উপায় নেদেখে | তাইব অন্তৰ ভেদকৰি কান্দোন ওলাবলৈ ধৰে। গোটেই নিশা তাইৰ কান্দোনতে গ’ল। ৰাতিপুৱা যোঁতয়| বিছনাৰ al উঠে তাই ভাবিলে, এনে ভাৱে তাই আৰু জশীবন বাণখব নোৱাৰে | জীৱনটো তাইৰ ওচৰত এক গধূব বোজা যেন লাগিল।
বাতি গৰ| চাহ খোৱাৰ পিচতেই পগন অফিচলৈ গ'ল |.
Ta gata ভাত খালে, শীকন্ত অকণাৰ লগত বিশেষ কথা বতৰা aval অলপ পৰ জিবীণব শীপছতেই তাইক মাতি কলে, “মই গাওঁলৈ যাওঁ দিয়া, এজন বামুণৰ খবৰ পাইছে৷, বেচিকৈ bel পালে আহিব পাৰে 1”
8780 A
টী);