৪২. ব্যথাৰ BI
DIAS মাইল মান দুৰৈত এখন গাঁওঁত কেইঘৰ মান বামুণ আছে। তেওঁলোকে এনে এখন অসবর্ণ বিবাহত পৌবহিত্য কৰিবলৈ মান্তি নহ'ল। সেইবাবে সি চিন্তাগ্ৰস্ত হৈ পঢবিল। অকণাই কথাযাৰ শুনি শীবমর্ধ হৈ কলে, “মইতো আগৰ পৰাই জানো] আমাৰ সমাগত এনে বিয়া Tete সম্ভব নহর । cata কাৰণে মিছাকৈয়ে আপুনি আপোনাৰ বহুনুলীয়া ভীরনটো। a2 নকৰিব । অপোনাৰ wal আক প্রেমকে সম্বল কবি মই আনন্দেবে জীৱনটো কটাই দিব পাবিম। আপুনি ais শীমছাকৈ চেষ্টা নকবিব।
তাইৰ কথাব উত্তৰত সি কলে, তেনেকৈ আক নাভাবিবা অক। বহুত বিবেচনা কবিহে মই এই সিদ্ধান্তলৈ আহিছো ৷ তুমি মোৰ কাষত নাথাকি:ল মোৰ সকলো আশা আকাঙ্খ। তেনেই মিছা হব। তুম একো ভয় নকবিধা। পুৰোহিত নাথাকিলেও আমাব কাৰণে আদালত আছে। শচীভল মেবেজব শিপা যেতিয়| এব গজছে ভাবতব উৰ্ব্বৰ ক্ষেত্ৰত ই বাঢ়িবলৈ বেচিদিন নালাগিব। যদি বাঢ়ে তাৰ বাবে আমাৰ বৰ্ত্তমান শীববাহ পদ্ধতিয়ে দায়ী তব” তাই মনৰ হতাশ- ভাৱ গুচাবলৈ সি এইবোব কথা তল পেলাই আন কথা পাতে |
অকণাৰ কিন্তু মনৰ পৰা চিন্ত! দুৰ নহয়। তাই নিজৰ ভবিষাত ভাব কোনোমতে মনত শান্তি নোপোৱা wa) তাই ভালকৈয়ে বুজে যে পবীনৰ হাতৰ পৰা উদ্ধাৰ পাবৰ তাইৰ