সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ Blt ৩৯

আনন জুৰি বহিছে। বিয়া--নসতো এট! সামাজিক অনুষ্ঠান aig) প্রাণব মিলনত তাৰ মূল্য নিচেই কম। বিয়াৰ মূলত যিটো সত্য, পিয়ে যেতিয়া সাধন হৈ গ'ল তেনে- হলে আক বাকী থাকিল কি? মূল্যহীনবোবক অতিৰিক্ত যুল্যদীদয়াটে। মনৰ দুৰ্ব্বলত৷--তথ| সমাজৰ দুর্বলতা সি এনে ভারে কথাবোৰ ভাবে । অকণ| TH নাই দেখি সি mates টুকুৰিয়াই লাহেকৈ মাতিলে, “অক |”

অকণাৰ সাব পোৱাত কিছু পলম হলেও -তাই কিছু আগতে সাব পাই বাতিৰ ঘটনা বোৰকে ভাবি আছে। বাতিটোৰ ভিতৰতে জীৱনৰ এটা ডাঙৰ পবিবর্তন। এই পবিবর্তিত অৱস্থাটোক তাই সহজতে নিজৰ কৰি লবলৈ টান পাঁইছে। ভয়, লাজ, আনন্দ কেইবাবিধো ভাৱ আৰু অনুভূত্য়ে তাইৰ মন আগুৰি ধৰিছে। তাইৰ ভবিষ্যত, ভালেই হব নে বেয়| হৰ তাই ভাবিচিন্তি একে৷ ঠিক কৰিব পবা নাই। কিন্তু তথাপি তাইৰ শৰীবৰ প্রতি শিবাই উপশিৰাই আনন্দৰ তৰঙ্গবোৰে যেন ঢৌ খেলি আছে, তাই অনুভৱ কৰে। এনে অৱদ্থাত মানুহে কর্ত- aya প্রতি আনমনা zal পবীনব মাত শুনিয়ে তাইৰ মনত পৰিল চাহকব। প্রভৃতি বাতি পুৱাৰ কামবোৰৰ কথা । বেলি হোৱা দেখি তাইৰ লাজ লাগিল | একো উত্তৰ নিদি আয়নাখনেৰে টেবুলত শব্দ কৰি জনালে যে ভাই সাৰ পাইছে। গাব কাপোবকানি ঠিক কৰি লৈ