cv ব্যথাৰ FA
ইয়াৰ ভিতৰতে ঠিক কৰি লোৱা। সময়মতে তোমালোকে সহজতে সংস্কাৰ ঘটাব পাৰিব| ! মিছাকৈ ছুটোপা চকুলো পেলালেই তো তোমালোকৰ জয়” |
“হয়, হয়, বুলি মূৰটো! জোঁকাৰি তাৰ হাতৰ পৰা নিজক একৱাবলৈ তাই চেষ্টা কবিলে।
পনহর়তো কি? এতিয়াই কান্দিয়ে cel জয়লাভ কবিলা”
গৈছে দিয়ক, এতিয়া cates গৈ, মোৰো বৰ টোপনি aire | কথাৰ লগে লগে তাৰ বাহুৰ বন্ধনৰ পৰা তাই নিজক মুক্ত কবি আনিলে ৷
“aig, আজ আৰু আমনি নিদিওঁ দিয়া । পিছে বিয়াব দিনাহে চাব৷’) এইবুলি কৈ সি এবাৰ সাগ্রহে তাইৰ ফালে চাই ওলাই আহিল। তায়ো কেবাহিকৈ চাই এটি দুষ্ট হাঁহি মাবি দুৱাৰখন জপাই দিলে ৷
বাতিপুরা ৭ বজাৰ গাড়ীখন বিদায় দি পবীন যেতিয়| ভিতবলৈ আহে তেতিয়াও অকণা টোপনিৰ পবা উঠা নাই। ৰাতিৰ ঘটনাটোৱে তাৰ মনত এক অপৰিসীম আনন্দ আনি দিছে। পুৱাৰ ৰাঙলি ব'দত অৰুণাক যেন এক নতুন বপত দেখা পাব, নি ভাবে। আজিব অকণাতো৷ কালিৰ অকণা নহয়। ছুয়োৰে| মাজত কালিব যিটো সম্বন্ধ আছিল আজিতো সম্বন্ধ সেইটো নহয় | আজি যেন আনন্দৰ মালা এধাৰিয়ে দুয়োকো সাঙুৰি পেলাইছে দূৰৈৰ বাহী যেন আজি অন্তবতে বাজে ৷ বাহিবত থকা বনদেরী আজি যেন তাৰ হৃদয়