ব্যথাৰ সুৰ। <9 ওপজে । কামটো ভাল নে বেয়া, তাৰ বাবে উপযুক্ত সময় হৈছে নে নাই আৰু নিজৰ যুঁজিৰ শক্তি কিমান খিনি আছে এই তিনিটা কথা জুখি চালেই যথেষ্ট হয়। ভাবি থকা বিপদবোৰ সময়ত নাহিবও পাৰে, আৰু আহিলেও যেনে ভবা যায় তেনে শক্তিশালী নহবও পাৰে। কিন্তু এইটো ঠিক যে সমাজ সংস্কাৰৰ পথ কেতিয়াও সুগম নহয় ৷ মহাত্মা গান্ধীৰ দৰে মহামাৱৰ ওচৰতো অস্পৃশ্যতা নিবারণ সহঙ্ক হৈ উঠা নাই।” “তেনে হলে ?” “তেনেহলে আজিৰ পৰা তুমি মোৰ।” এই বুলি কৈ সি তাইক বুকৰ মাজলৈ টানি আনিলে। তাইৰ চকুৱে মুখেদি এক অপূৰ্ব্ব আনন্দৰ জেউতি বিৰিঙি উঠিল । তৃপ্তিৰ আনন্দত অধীৰ হৈ পৰীনে তাইৰ কানৰ কাষলৈ মুখখন নি লাহেকৈ সুধিলে, “পিছে তোমাৰ বিয়াখন কেতিয়ালৈ পাতিন ?" “আপোনাৰখন আগেয়ে, তাৰ পিছতহে, “তাই হাঁহি হাঁহি উত্তৰ দিয়ে । “স্বাধীন ভাৰতৰ নতুন সমাগত বিয়াবোৰ এনেকুৱাই বিয়াত একো বাধা হব নে?” তাই প্রশ্ন কৰিলে । “নহলে সংস্কাৰৰ অর্থ কি হব ? থাকিব নোৱাৰিব । যাব প্রাণে যাক বিচাৰে তাক পোৱাৰ পথত কোনো প্রতিবন্ধক নাথাকিব । লোকৰ নাৰী সমাজক যিবোৰ সংস্কাৰ বা ভাল, তোমা- পুবিধা লাগে
পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/৪৩
অৱয়ব