৩৪ ব্যথাৰ সুৰ।
বিন! কষ্টে আৰু একেদিনতে যে কোনে| ডাঙৰ কাম পুথিবীত নহয় ইকথ| সকলোৱে জানে। আমাৰ আদর্শানুযায়ী সামা- Tae পৰিবৰ্ত্তন আনিব লাগিলে আম আগে আমাৰ দেশ- খন শীনজৰ কবি তুলিব লাগিব । বর্তমানে আমি যুক্ত হলেও বন্দী, স্বদেশতে প্রবস্থুরা। দেশৰ শাসনভাৰ সম্প.্ণ মতে আমাৰ নিজৰ হাতলৈ আনিব লাশীগব। কাৰণ শাসন শক্তি নিজ হাতত নাথাকিলে দেশৰ কোনে! মঙ্গলজনক কামেই ইচ্ছামতে কীৰব নোৱাৰি। সেইবাবে বর্তমানে স্বাধীলতাই আমাৰ প্রথম আৰু প্রধান কাম্য ৷”
অকণাই ইমান পৰ তন্ময় ভাৱে তাৰ কথাবোৰ শুনি আছিল। আগৰ আৱেগ আৰু অভিমান তাই নজনাকৈয়ে কেতিয়াবাই আঁতৰি গ'ল। গাব কাপোৰ খন ঠিক ককি লৈ উঠি বহি তাই হী]হমূখে মাত লগালে। “ভাল বাক, স্বাধীনতাই যদি আগে লাগে তেনেহলে বয়াৰ কথা এতিয়া কিয়? আগতে দেশৰ স্বাধীনতা orga কৰক, তাৰ পিছত সমাজৰ কাম যেতিয়| হাতত লব তেতিয়া শীবয়াখন পাতিব ৷”
সি অলপ fortes হৈ কলে, “তুমি ভাল কথাই কৈছা। কিন্তু মানুহৰ অন্তৰখন অকল ates ওপৰতেই সন্তুষ্ট হৈ থাকব নোৱাৰে, অক। সংসাৰ বন্ধন তাৰ পক্ষে বিলাসীতা নহয়। ই তাৰ প্রাণৰ অপবিহার্ধ্য খোৰাক। মায়া, মমতাব পবা দুৰৈত থকা অকল শবীয়!