১০০) ব্যথাৰ সুৰ।
কোনোমতে থাীকর নোৱাৰিম । কিন্তু তুণীম «fey যুৱতা। এই ভারেতো আমি আক বেচিদিন থাকিব নোৱাৰে! | ই যে কিমান টান কথা GPs জ্ঞানে| বুজ৷ নাই ? ইয়াৰ এটা শেষ নিষ্পত্তি কৰিব asin হৈছে। আচলতে, অৰু, তোমাক মোৰ জীৱনৰ লগৰী কৰিলেহে প্রাগত শান্তি আৰু জীবনত স্মুখ পাম ata ভাবিছ ৷ মনত কিন্তু ভয়, যদি তুমি আপত্তি কৰ৷, বদি তুমি মোক ভাল নোপোৱা । তোমাৰ আনচ্ছাত তোমাৰ ওপৰত এটি অশাস্তিৰ cate! জাপি দিবৰ মোৰ শক্তি নাই। ইফালে তোমাক নাপালে মই ষে কেতিয়াবা তোমাৰ ঠাইত আন এজনীক বহুরাম সেই ইচ্ছা AS) এই কথাকে মই তোমাব ওচৰত প্রকাশ কৰিব খুভিছিলে | তোমাৰ অন্তৰৰ আচল কথাটি কবা নে অক ?
তাৰ কথাবোৰ শুনি তাইৰ মুখখন আক গম্ভীৰ হৈ উঠিল। বহুত পৰ TAA মাত বোল নাই। তাই যে কি কব ভাবি একোৱে ঠিক কৰিব নোৱাৰা হ’ল। পৰীনে কিন্তু তাইৰ উত্তৰৰ কাৰণে afer হৈ উঠিছে । এনেতে তাই কৈ উঠিল, “মোৰ লগততে! আপোনাৰ বিয়া হব নোৱাৰে ৷”
কথাষাৰ শুনিয়ে নৈৰাশ্যৰ আৱেগত সি কলে, “তেনেহলে তুলি মোক ভাল নোপোৱ' অৰু ? ”"
তায়ো আৱেগৰ মুবত উত্তৰ দিলে, “সকলোকথা মুখ ফুটাই কলেহে জানো কোবরা হয় ? ইমান দিলেও যদি আপুনি মোক gai লাই,